বহাগী ফটো প্ৰতিযোগিতা


বহাগী ফটো প্ৰতিযোগিতা।

আগন্তুক অসমীয়া নৱ বৰ্ষৰ প্ৰতি সংগতি ৰাখি মোৰ স্বপ্ননীল আকাশৰ তুমিয়েই জোনাক পেজ, জোনাক অসম ফেচবুক গ্ৰুপ , Jonakaxom.com তথা অনলাইন দৈনিক বাতৰি www.ganamatassam.in  ৰ সৌজন্যত এখনি ফটো প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। তাত আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে।



তলত চৰ্তাবলী সমুহ দিয়া হৈছে।

-পুৰুষ মহিলা উভয়ে অংশগ্ৰহণ কৰিব পাৰে।
- অসমীয়া  সাজপাৰ পৰিহিত ফটোবোৰক হে অংশগ্ৰহণ কৰিবলৈ দিয়া হব।
- একমাত্ৰ এখন ফটোৰেহে অংশগ্ৰহণ কৰিব পাৰিব।
- ফটোসমূহত হোৱা লাইক শ্বেয়াৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিযোগী নিৰ্বাচিত কৰা হব।

Facebook ত 1 টা লাইক =1 পইন্ট,
ফেচবুকত 1 টা শ্বেয়াৰ =4 পইন্ট
ৱেৱছাইটত 1 টা শ্বেয়াৰ =8 পইন্ট 

-বিচাৰক সিদ্ধান্তই চুড়ান্ত সিদ্ধান্ত।
- বহাগৰ 20 তাৰিখলৈ অংশগ্ৰহণ কৰিব পাৰিব।
- ফটোসমূহ পেজৰ ইনবক্সত send কৰিব লাগিব।
- সৰ্বোচ্চ পইন্ট পোৱা দুখন ফটোক মোৰ স্বপ্ননীল আকাশৰ তুমিয়েই জোনাক পেজৰ পৰা বিশেষ উপহাৰ প্ৰদান কৰা হব।


কেনেকৈ ফটো পঠিয়াব।

যোগদান বিনামূলীয়া যদিহে আপুনি তলৰ task বোৰ সম্পুৰ্ণ কৰে। প্ৰথমে তলৰ Task খিনি সম্পূৰ্ণ কৰক আৰু সম্পূৰ্ণ কৰাৰ পিছত প্ৰমানৰ screenshot লৈ আপোনাৰ নাম সহ অসমীয়া সাজ পৰিহিত ফটোখন মোৰ স্বপ্ননীল আকাশৰ তুমিয়েই জোনাক পেজ ৰ inbox ত send কৰক । (task 1 r Facebook পেজ খনত ) 

1 st task - কাষৰ লিংকত ক্লিক কৰি মোৰ স্বপ্ননীল আকাশৰ তুমিয়েই জোনাক পেজখন লাইক কৰক ।
Click here for task 1

2nd task - কাষৰ লিংকত ক্লিক কৰি গণমত অসম পেজখন লাইক কৰক
Click here for task 2

3rd task - কাষৰ লিংকত ক্লিক কৰি জইন কৰক জোনাক অসম গ্ৰুপত
Click here for task 3

তিনিওটা task ৰ complete কৰি screenshot বোৰ সহ মোৰ স্বপ্ননীল আকাশৰ তুমিয়েই জোনাক পেজত send message ত send কৰক । page খন fb ত বিচাৰি পাবলৈ চাৰ্চ বক্সত assamesestoryandpoem লিখি seach কৰক
মোৰ স্বপ্ননীল আকাশৰ তুমিয়েই জোনাক পেজ ৰ ফটো দিছো চাওক



বেৱছাইট শ্বেয়াৰৰ বেছি পইন্ট আছে। প্ৰতিটো share ত 8 পইন্ট কৈ ( 6 টা শ্বেয়াৰ মানেই 6*8 =48 পইন্ট আহিব ) ৱেবছাইটটো share সংখা বৃদ্ধি কেনেকৈ কৰিব।

১ মে www.jonakaxom.com খুলি আপোনাৰ ফটোখন বিচাৰক।


২ ফটোখনৰ একেবাৰে শেষত শ্বেয়াৰ লিংক পাব। তলৰ ফটোত চাওক।

৩ তাৰ ফেচবুক বুটামত বা অন্যান্য যিকোনো বুটামত ক্লিক কৰিলেই শ্বেয়াৰ হব।
আপুনি fb, whatsapp ত শ্বেয়াৰ কৰক লগতে বন্ধুসকলকো কওক।

Post a Comment

0 Comments