Love Status in Assamese Cute Love Status in Assamese

Love Status in Assamese Cute Love Status in Assamese

Love Status in Assamese Sad Cute Love Status

i wish এদিন ময়ো তোমাৰ মোবাইলৰ wallpaper হম
Click on Image to Download in Full HD
চকুপানীৰ কোনো  ওজন নাই অথচ ববলৈ আৰম্ভ কৰিলে চকুপানীয়েও কষ্ট দিবলৈ ধৰে


 --------------------------------
Sad Love Status
অৰ্থহীন সেই প্ৰেম যিয়ে ত্যাগ কি নিশিকায়,
অৰ্থহীন সেই মৰম যি সময়ৰ সোঁতত শেষ হৈ যায়। 


Breakup Attitude Status

হৃদয়ৰ শূন্যতা আঁতৰাবলৈ তোমাৰ স্মৃতিয়ে যঠেষ্ট 

Love Shayari Status


তেওঁ মোক ভালপোৱাৰ কাৰণ সুধিলে, মই মোৰ হাহিটো দেখুৱাই দিলো। 


-
কব নোৱাৰাকৈ স্বৰ লিপিবোৰ হয় সুগন্ধ কোমল নিষাদ 


Love Status for Girlfriend

বিছাৰিব জানিলে একপক্ষীয় প্ৰেমৰ মাজত পোৱা যায় প্ৰাপ্তিৰ অন্য এক মাদকতা

Cute Love Status in Assamese



Cute Love Status for Girls

মাজনিশাত যেতিয়া শেৱালিৰ সুৱাস চৌপাশে উপচি পৰে তেতিয়া সেই পাগল প্ৰেমিকে নীৰবে চকুলো টোকে তোমাক কাষত নোপোৱাৰ বেদনাত। 

 Love Status in Assamese
 -----------------------

Cute Love Status in Assamese


funny assamese status

আজিকালিৰ ছোৱালীয়ে যিমান ৰোমান্টিক মুডত লিছু লাইটৰ তাৰ গাত মেৰিয়াই ফটো উঠে, আগতে মই মা দেউতাক ভয় খুৱাবলৈ সেয়া ভয়ে ভয়ে চুইছিলো আৰু চৰ্ট হোৱাৰ মিছা এক্টিং কৰিছলো


Love Status for Facebook
--------------------------

Best Love Status in Assamese
-------------------------
Romantic Love Status


Cute Love Status in Assamese for Whatsapp and Facebook
------------------

 Love Status Assamese
--------------------------

durga puja assamese status 

Post a Comment

0 Comments