32 Life Changing Motivational Thoughts in Assamese

Motivational Thoughts in Assamese,attitude quotes and inspirational status,Motivational Quote assamese, Attitude Quotes and Whatsapp Status in Assamese,Inspirational Assamese Shayari for Success In Life ,Inspirational Quotes of Sandeep Maheshwari in Assamese,Ira Singhal Success Story In Assamese

32 Life Changing Motivational Thoughts in Assamese

Motivational  assamese Quote



positive thinking assamese
quotes in assamese about life
আমাৰ জীৱনত আনক ক'ব পৰাকৈ এটা গল্প থকাৰ প্ৰয়োজন ।
হওঁক সেয়া সুখৰ নতুবা দুখৰ ।

success shayari in assamese
quotes in assamese for life
মোৰ হৃদয়ৰ আশে পাশে আন কোনো নাই কেৱল "মা" আছে

best thought in assamese
assamese quote about life
বহুত বেছি টকা নিবিছাৰো,
বৃদ্ধকালত মা দেউতা যাতে কোনো অভাৱৰ সন্মুখীন নহয়
তেনেকৈ তেওঁলোকক ৰাখিব বিচাৰো।

life means in assamese
best quote in assamese
ভগৱান শ্ৰীকৃষ্ণই কৈছিল যদি জীৱনত কেতিয়াবা সুজোগ পোৱা তোমাৰ নিজৰ স্বাৰ্থ সিদ্ধি নকৰি আনক সহায় কৰাৰ প্ৰয়াস কৰিবা।

ASSAMESE DAKOR BOSON
motivate thought
 ডাকৰ বচন -পুত্ৰক চিনিবা বিয়াৰ পিছত কন্যাক যৌৱনত 
স্বামীক চিনিবা স্ত্ৰীৰ অসুস্থতাত  স্ত্ৰীক চিনিবা স্বামীৰ দৰিদ্ৰতাত।
 বন্ধুৰ পৰিচয় বিপদত পাবা ,ভাইৰ পৰিচয় পাবা কাজিয়াত।
শেষত সন্তানক চিনাৰ উপায়,একমাত্ৰ তোমাৰ বৃদ্ধাৱস্থাত ।

positive quote in assamese
assamese quotations

inspirational assamese shayari
quotes for success in assamese

best quotes on life in assamese
positive thoughts in assamese
বহুতেই তোমাক দেখুৱাব এই পৃথিৱীখন কিমান সুন্দৰ খুব কম সংখ্যকে তোমাক দেখুৱাব এই পৃথিৱীত তুমি কিমান সুন্দৰ।


beautiful quotes assamese
successful quotes in assamese
 নিজেই নিজৰ প্ৰসংশা কৰাটো ব্যৰ্থ। কাৰণ সুগন্ধিয়ে বুজাই দিয়ে ফুল ক'ত ফুলিছে!


life inspirational quotes in assamese
quotation for success in assamese
কাৰোবাক সহায় কৰিবলৈ টকাৰ নহয় এটা ভাল মনৰ হে প্ৰয়োজন।

motivational quotes in assamese for life
inspiration thoughts in assamese
আমৰ জীৱনটো এটা জ্বলি থকা লাইটৰ দৰে। কেতিয়া ফিউজ যায় কোনেওঁ কব নোৱাৰে।

life changing quotes in assamese
inspirational thoughts assamese
এক বৃদ্ধ দম্পতিক সোধা হল "আজি কালিৰ সম্পৰ্কবোৰ ইমান সোনকালে ভাঙি যায়, আপোনালোকে ৫০ বছৰ কিদৰে একেলগে পাৰ কৰিলে? তেওঁলোকে খুব সুন্দৰকৈ উত্তৰ দিলে " আমি সেইটো সময়ৰ হয় যেতিয়া বস্তু ভাঙিলে পুনৰ মেৰামতি কৰি ব্যৱহাৰ কৰা হৈছিল।  আজিৰ দৰে ভঙাৰ লগে লগে পেলাই দি পুনৰ নতুনকৈ কিনি অনা হোৱা নাছিল ।"

inspirational status about life in assamese
best assamese quote
মানুহৰ ওঁঠৰ হাঁহিটোৱে এই পৃথিৱীৰ শ্ৰেষ্ঠ চুম্বন।

awesome quotes in assamese
inspiring quotes in assamese
এলাৰ্ম ক্লক নহয়, জীৱনৰ প্ৰতি দায়বদ্ধতাই মানুহক শুৱাপাটী এৰিবলৈ বাধ্য কৰায়।

self confident in assamese
inspirational assamese

inspirational messages in assamese
assamese thought on life
বিনয়ী হোৱা মানে সৰু হৈ যোৱা নহয়, আৰু বেছি ডাঙৰ হোৱা।

motivational quotes for students in assamese
thoughts about life in assamese
মনত ৰাখিব, এই পৃথিৱীত কেৱল ডক্টৰ আৰু ইঞ্জিনিয়াৰেই সুখী মানুহ নহয়। জীৱনত সফলতা অৰ্জন কৰিবলৈ ৯০% মাৰ্কৰ প্ৰয়োজন নাই।একাগ্ৰতা, নিষ্ঠা আৰু সততাৰে যিকোনো কাম কৰক। সফলতা লাভ কৰিবই।

positive status assamese
quotes on attitude in assamese
 জীৱনত কাৰোবাক পোৱাটো ডাঙৰ কথা নহয়। আপুনি যাক পাইছে  জীৱনৰ শেষ মূহুৰ্ত পৰ্যন্ত তেওঁক কাষত পোৱাটো হে ডাঙৰ কথা।

best motivational quotes in assamese
best motivational quotes in assamese
জীৱনত বহুত ভুল এইকাৰণেই হয় যে যিবোৰ সিদ্ধান্ত আমি বিচাৰ বিবেচনাৰে ল'ব লাগে,সেইবোৰত আমি ভাবুক হৈ পৰো।আৰু যিবোৰত ভাবুকতাৰ প্ৰয়োজন সেইবোৰ আমি বিচাৰ বিবেচনাৰে কৰোঁ।

assamese story motivation
assamese story motivation
জীৱনৰ কিছুমান বিচাৰি ফুৰা প্ৰশ্নৰ উত্তৰ একমাত্ৰ সময়ৰ হাততেই থাকে। সময়ৰ সময় হলে সময়ে নিজেই সেই বিচাৰি ফুৰা প্ৰশ্নৰ উত্তৰ তোমাক দিব।


motivational in assamese story

কাৰোবাৰ উপদেশত সঠিক ৰাষ্টা বিচাৰি পাব পাৰে। কিন্তু গন্তব্য স্থান নিজৰ কষ্টৰ বলত হে পোৱা যায়।


সেইসকল মানুহে দুখত থাকে যিসকল মানুহে হিচাপ কৰি থাকে তেওঁলোকৰ ওচৰত ইটো নাই সিটো নাই, এইজনে ঠগালে সেইজনে এৰি গল।সেই সকল সুখত থাকে যাৰ ওচৰত বিশেষ একো নহলেও যিখিনি আছে তাৰ হিচাপ ৰাখে।

success motivation quotes in assamese

বগা হওঁক বা ক'লা ই হওঁক। প্ৰত্যেক জনী ছোৱালীয়ে একোজনী লক্ষ্মী।

positivity quotes in assamese
positivity quotes in assamese
মনুৰ্ভৱ:বেদত উল্লেখ নাই আপুনি ভাল হবলৈ হিন্দু মুছলমান বা অন্য ধৰ্মৰ হব লাগিব। কিন্তু উল্লেখ আছে মনুৰ্ভৱ : (ঋকবেদত) অৰ্থাৎ মানুহ হবলৈ

life thoughts in assamese
life thoughts in assamese
ফল দিয়া গছ আৰু গুণৱান ব্যক্তিয়েহে একমাত্ৰ মূৰ দোৱায়। শুকান গছ আৰু মূৰ্খ মানুহে একমাত্ৰ আকাশখনকে চিনি পায়।

motivation status in assamese
motivation status in assamese
নিজে ভালে থাকিলেহে আনকো ভালে ৰখা সম্ভৱ সেয়ে নিজক ভালে ৰখাটো অত্যন্ত জৰুৰী।


best motivation quote in assamese
best motivation quote in assamese
দেউতাৰ চকুত সকলো সন্তান ৰাজপুত্ৰ হলেও সকলো ৰাজপুত্ৰই দেউতাক সঠিক সন্মান কৰিব নোৱাৰে।

motivation lines assamese
motivation lines assamese

সৎ হলেই নহব। তাক প্ৰতিষ্ঠাৰ বাবে যোদ্ধা ও হব লাগিব। সেয়েহে ঋষিমুনিৰ এখন হাতত জলপান আৰু আনহাতে আছিল উদ্যত ত্ৰিশূল।

attitude quotes and inspirational status
Motivational Quote in Assamese
Attitude Quotes and Whatsapp Status in Assamese
Inspirational Assamese Shayari for Success In Life 
Inspirational Quotes of Sandeep Maheshwari in Assamese

Name

assam,4,Assamese entertainment news,1,assamese quote,12,assamese song lyrics,2,Student corner,4,Video,1,whatsapp status video,1,অনুপ্ৰেৰণামুলক,11,অনুভৱ,28,কবিতা,8,কিতাপৰ পোক,2,গল্প,30,জ্ঞানৰ সফুঁৰা,30,টিপচ্,8,টিপচ্ এণ্ড ট্ৰিকচ্,9,পেন অন পেপাৰ,5,বিজ্ঞান বিচিত্ৰা,4,বিবিধা,23,মিষ্ট্ৰিয়াচ নাইট,35,স্বাস্থ্য,10,
ltr
item
Jonak axom : 32 Life Changing Motivational Thoughts in Assamese
32 Life Changing Motivational Thoughts in Assamese
Motivational Thoughts in Assamese,attitude quotes and inspirational status,Motivational Quote assamese, Attitude Quotes and Whatsapp Status in Assamese,Inspirational Assamese Shayari for Success In Life ,Inspirational Quotes of Sandeep Maheshwari in Assamese,Ira Singhal Success Story In Assamese
https://1.bp.blogspot.com/-cS7m2RxDN-0/XV4N3dUkc7I/AAAAAAAACYI/P9_BkANZgHkih_Z2DxhXDr2Q2UCBDbFaACLcBGAs/s320/assamese%2Bmotivational%2Bquotes.jpg
https://1.bp.blogspot.com/-cS7m2RxDN-0/XV4N3dUkc7I/AAAAAAAACYI/P9_BkANZgHkih_Z2DxhXDr2Q2UCBDbFaACLcBGAs/s72-c/assamese%2Bmotivational%2Bquotes.jpg
Jonak axom
https://www.jonakaxom.com/2019/08/Life-Changing-Motivational-Thoughts-in-Assamese.html
https://www.jonakaxom.com/
https://www.jonakaxom.com/
https://www.jonakaxom.com/2019/08/Life-Changing-Motivational-Thoughts-in-Assamese.html
true
8804125980716359042
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy