প্রথম ডেটিংত যাব খোজে ? ফাষ্ট ডেটিঙৰ ১০টা টিপচ। dating tips in Assamese

প্রথম ডেটিংত যাব খোজে ? ফাষ্ট ডেটিঙৰ ১০টা টিপচ। dating tips in Assamese একমাত্ৰ ল'ৰাসকলৰ বাবে  পেন্টৰ তলত জাঙ্গিয়া নিপিন্ধা...


প্রথম ডেটিংত যাব খোজে ? ফাষ্ট ডেটিঙৰ ১০টা টিপচ। dating tips in Assamese একমাত্ৰ ল'ৰাসকলৰ বাবে


  1.  পেন্টৰ তলত জাঙ্গিয়া নিপিন্ধাকৈ ভুলতো নাযাব। মোৰ জাঙ্গিয়া পিন্ধাৰ অভ্যাস নাছিল। সেয়ে প্ৰথম ডেটিংত নিপিন্ধাকৈ গৈছিলো। পিছত যেতিয়া তাই মোৰ হাতত ধৰিলে তেতিয়া বুজি পালো পুৰুষে জাঙ্গিয়া পিন্ধাটো কিমান জৰুৰী। 
  2.  সুন্দৰ পৰিপাটি হৈ দেখা কৰিবলৈ যাব, প্ৰয়োজন হলে বেবী পাউডাৰো লগাব। জেইচি পঢ়ি বহুতে বেবী পাউডাৰ পচন্দ কৰিবলৈ আৰম্ভ কৰিছে । লগত ফুল নতুবা চকলেট নিবলৈ নাপাহৰিব। ছোৱালীয়ে ফুলৰ লগতে চকলেটো খুবেই পচন্দ কৰে 
  3.  ছোৱালীজনী দেখাৰ লগে লগে কব (দেখাত ধুনীয়া নহলেও কব ) "তোমাক বহুত ধুনীয়া লাগিছে ।🤣
  4.  ছোৱালীজনীৰ ড্রেছৰ প্রশংসা কৰিব: "Woww.. তোমাৰ ড্রেচটো ইমান সুন্দৰ। ক'ৰ পৰা লৈছিলা। এই ড্ৰেছত তোমাক একেবাৰে গর্জিয়াচ লাগিছে ।
  5.  ছোৱালীৰ আগত ভুলতেও টিপা টিপি নকৰিব। তেতিয়াহলে খং কৰিব। ফোনটো চাইলেণ্টত থৈ দিয়ক। আৰু আপোনাৰ গোটেই Attention তাইৰ ওপৰত দিয়ক ।😎
  6.  কথাৰ মাজে মাজে তাই পৰিহিত অন্য সম্পদ বোৰ (Like, কানৰ কানফুলি, ঘড়ী, আঙঠি , ড্রেছ ইত্যাদিৰ) প্রশংসা কৰিব । যেনে: "তোমাৰ কাণৰযোৰ ইমান সুন্দৰ। "তোমাৰ হাতত ঘড়ী পিন্ধিলে ধুনীয়া লাগে । "আচ্ছা তোমাৰ হাতৰ আঙঠিটো কি ডায়মণ্ডৰ !! ইমান জকমক কৰিছে যে ?(ছোৱালী তেতিয়া আনন্দক আপ্লুত হৈ কব "পুজাত এইটো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলো ")। 
  7.  ছোৱালীজনীয়ে নাকত চুংগি পিন্ধা থাকিলে কব "Woww so cuts your nose pin. তোমাৰ নাকৰ চুংগিটো মজা লাগিছে । ছিৰিয়াছলি চুংগি পিন্ধিলে তোমাক একেবাৰে বেলেগ যেন লাগে ইম্মানননননন cuteee.... (এইদৰে ধুনীয়া কৈ কথা কৈ থাকিব। আপোনাৰ চেনিৰ প্ৰতিভা দেখুৱাই দিয়ক। মনত ৰাখিব 'ছোৱালীক যিমানেই ওপৰলৈ তুলি দিব তাই সিমানেই আপোনাক পচন্দ কৰিবলৈ লব) 
  8. ৰিক্সা বা ৰেস্তোৰাত দুয়োজন লগালগিকৈ বহিব! তেতিয়া ছোৱালীৰ সৈতে গা ঘহাঘহি নকৰিব। নহলে ছোৱালীয়ে আপোনাক লম্পট বুলি ভাবিব। 😖 So be control yourself. And waiting for the correct time. সময়লৈ অপেক্ষা কৰক because অপেক্ষাৰ ফল মিঠা । সুযোগ আপোনাৰো আহিব ।😉 আপনাক ভৰসাৰ পাত্র যেন লাগিলে নিজেই আপনাক সুযোগ দিব, So no মক্কেলামি !!😒 আৰু এতিয়া আপুনি এনে কৰক যেন 'ভজা মাছটো খাবও নাজানে । ধোৱা তুলসীৰ পাত , হলিৰাম !!🐸
  9. তাৰপিছত যেতিয়া তাই আপোনাক হাত ধৰাৰ সুযোগ দিব! তেতিয়া তাইৰ হাত ধৰাৰ লগে লগে কব (ছোৱালীজনীৰ হাতখন লো ৰ দৰে কঠিন হলেও কব ) "আৱা তোমাৰ হাতখন ইমান নৰম !😝 মানুহৰ হাত ইমাণ কোমল হব পাৰে তোমাৰ হাতখন নধৰিলে হয়তো বিশ্বাস নহলহেঁতেন।" 
  10. আগৰ দৰে থাকক !!😷 মানে আগৰ দৰে ছোৱালীৰ প্রশংসা কৰাত ব্যাস্ত হৈ পৰক । তাইৰ কথাবোৰ মনযোগেৰে শুনক আৰু প্ৰতিটো কথাত একমত পোষন কৰক.। 


যেনে: ছোৱালীজনীয়ে যদি কয় "সূর্য দক্ষিণ পিনে উদয় হয় । অথবা " মই জেইচিৰ ৰ পৰা মেডিকেল পাছ কৰিলো ।নতুবা " মেডিকেলৰ পৰা ইঞ্জিনিয়াৰিং শেষ কৰিছো ইত্যাদি!!" তেতিয়াও তাইৰ সৈতে একমত পোষন কৰিব ।🤣 কোনো ভাবেই বালিকাৰ কথাৰ বিৰুদ্ধে নাযাব। নহলে আপোনাৰ "প্রথম দেখা'ই - 'শেষ দেখা" হৈ যাব।🤣 মানে ৰিলেশ্ব্যন কৰাৰ আগেই ব্রেকআপ হৈ যাব।
.

আৰু কথাৰ মাজে মাজে ছোৱালীৰ প্রশংসা কৰিবলৈ নাপাহৰিব । যিয়েই নহওক প্ৰশংসা কৰক ।🤣 নহলে তোমাৰ কপালত গার্লফ্রেন্ড নাই.. আজীৱন মোৰ দৰে চিংগল হৈ থাকিব লাগিব। 

(তলৰ হোৱাটচএপ/ ফেচবুক বুটামত ক্লিক কৰি বন্ধুসকলকো শ্বেয়াৰ কৰক) 

Name

assam,4,Assamese entertainment news,1,assamese quote,12,assamese song lyrics,2,Student corner,4,Video,1,whatsapp status video,1,অনুপ্ৰেৰণামুলক,11,অনুভৱ,28,কবিতা,8,কিতাপৰ পোক,2,গল্প,30,জ্ঞানৰ সফুঁৰা,30,টিপচ্,8,টিপচ্ এণ্ড ট্ৰিকচ্,9,পেন অন পেপাৰ,5,বিজ্ঞান বিচিত্ৰা,4,বিবিধা,23,মিষ্ট্ৰিয়াচ নাইট,35,স্বাস্থ্য,10,
ltr
item
Jonak axom : প্রথম ডেটিংত যাব খোজে ? ফাষ্ট ডেটিঙৰ ১০টা টিপচ। dating tips in Assamese
প্রথম ডেটিংত যাব খোজে ? ফাষ্ট ডেটিঙৰ ১০টা টিপচ। dating tips in Assamese
https://1.bp.blogspot.com/-dG361JCGN6w/XVzLITmyAJI/AAAAAAAACXw/00ws4MxQOUs7ewIEqsp1PEGzLXFySOGUQCLcBGAs/s320/PicsArt_08-21-10.08.46.jpg
https://1.bp.blogspot.com/-dG361JCGN6w/XVzLITmyAJI/AAAAAAAACXw/00ws4MxQOUs7ewIEqsp1PEGzLXFySOGUQCLcBGAs/s72-c/PicsArt_08-21-10.08.46.jpg
Jonak axom
https://www.jonakaxom.com/2019/08/Dating-tips-in-Assamese.html
https://www.jonakaxom.com/
https://www.jonakaxom.com/
https://www.jonakaxom.com/2019/08/Dating-tips-in-Assamese.html
true
8804125980716359042
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy