Donation for assam flood relief বন্যাৰ্তসকললৈ সহায়ৰ হাত আগবঢ়াও আহক

Donation for assam flood relief বন্যাৰ্তসকললৈ সহায়ৰ হাত আগবঢ়াও আহক

আপুনি যদি ইতিমধ্যে সহায় কৰিছে নতুবা ইচ্ছা থকাৰ পিছতো সহায় কৰিব পৰা নাই নতুবা আপুনি আৰ্তজনক সহায়ৰ প্ৰতি অনুৎসাহী তেন্তে ইয়াত ক্লিক কৰি অন্য পোষ্ট পঢ়ক। 
এজন দায়িত্বশীল ভাৰতীয় হিচাপে তথা অসমী আইৰ কোলাত আৰ্ত বানপীড়িত লোকসকলৰ সাহাৰ্য্যাথে সমাজত প্ৰতি দায়বদ্ধ হৈ আমি অসমৰ ভিন্ন ঠাইৰ ১১ খন ফেচবুক/ইনষ্টাগ্ৰাম পৃষ্ঠা  আৰু বুজন সংখ্যক সমাজসেবীৰ প্ৰচেষ্টাৰ ফলশ্ৰুতিত গুৱাহাটীৰ জালুকবাৰীৰ পৰা এক বান সাহাৰ্য্য শিবিৰৰ অনুষ্ঠান কৰিছো। তাত প্ৰতিজন দায়িত্বশীল নাগৰিকৰ উপস্থিতি কামনা কৰি আমাৰ এই সাহাৰ্য্য অভিযানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনালো । লগতে ইচ্চুক ব্যক্তিক শাৰিৰীক, আৰ্থিক, ঔষধ, খাদ্য সামগ্ৰী আদিৰে সহায় কৰিবলৈ অনুৰোধ জনালো।

আযোজক= জোনাক অসম
ফোন নম্বৰ +916001798591, +919401538262,

যিসকলে গুৱাহাটীৰ বাহিৰত বসবাস কৰে বাবে এই অভিযানত অংশ গ্ৰহণ কৰিব নোৱাৰে তেওঁলোকেও যাতে আৰ্থিক ভাবে সহায় কৰিব পাৰে তাৰ উদ্দেশ্য  এটা একাউন্ট নং মুকলি কৰিছো । ইয়াৰ জৰিয়তে আপোনালোকে কিছু পৰিমানে বন্যাৰ্তসকললৈ সহায়ৰ হাত আগবঢ়াব পাৰিব। আমি আপোনাৰ সহায়খিনি লৈ যাম বানপীড়িত সকলৰ ওচৰলৈ।

" আহক আমি সকলোৱে হাতে হাতে ৰাখি আগবাঢ়ো "

একাউণ্ট নং : 6682000100010440 
IFSC: PUNB0668200
একাউণ্টৰ নাম: jonak axom

আপোনাৰ ফোনত ইনষ্টল হৈ থকা BHIM app বা অন্য App যোগেদিও আপোনাৰ অনুদান আগবঢ়াব পাৰে।

আমাৰ ফোন নং - +916001798591(জোনাক অসম), 7578890063, +917002096539,  7002794199,
ফেচবুক /ইনষ্টাগ্ৰাম পৃষ্ঠা সমূহ 









Post a Comment

0 Comments