এইবোৰ কাৰণত হয় শাহু বোৱাৰীৰ কাজিয়া

এইবোৰ কাৰণত হয় শাহু বোৱাৰীৰ কাজিয়া


ঘৰ এখনত বোৱাৰীক লক্ষীৰ স্থান দিয়া হয় ৷ কিন্তু আজিকালি শাহুৱেকে বোৱাৰীকৰ কাজিয়াই সেয়া সলনি কৰি দিছে৷ আহকচোন জানো  hAhu bowarir majot kio hoi kajia

লৰাটোক লৈ হয় কাজিয়া
বহু ক্ষেত্ৰত শাহু বোৱাৰীৰ কাজিয়াৰ কাৰণ লৰাটোক লৈ হয়৷ মাকে ভাবে বিয়াৰ পিছত লৰাটো সলনি হৈ গল আৰু এতিয়া সি পত্নী আৰু 
ঘৰৰ কথাহে ভাবে৷সেই ভাবি শাহুৱেকে বোৱাৰীক কথা শুনাবলৈ আৰম্ভ কৰে আৰু লৰাটোক বোৱাৰীকৰ বিৰুদ্ধে লগায় ৷ এনে পৰিস্তিতিত বোৱাৰীএ নিজৰ গিৰিয়েকক বুজাব লাগে যে তেও কথাবোৰ বুজা উচিত ৷

ঘৰৰ কাম কৰাক লৈ 

আজিৰ সময়ত ৮০% ছোৱালীয়ে কাম কৰে আৰু বিয়াৰ পিছতো কাম কৰি নিজকে ব্যস্ত ৰাখিব খোজে ৷বিয়াৰ পিছত ১মে তাত কোনো প্ৰভাব নপৰে ৷ কিন্তু যদি অফিচ যোৱা সময়ত বা ঘৰ গৈ পাকঘৰত শাহুৱেকক সহায় নকৰে তেতিয়াতো কাজিয়া হোৱা স্বাভাবিক ৷সময় থাকোতেই এয়া থিক কৰা ভাল৷

প্ৰায়ে মাকৰ ঘৰলৈ যোৱা :

শাহুৱেকে নিজৰ বোৱাৰীক যিমানেই মৰম নকৰক,নিজৰ বোৱাৰীয়ে বাৰে বাৰে মাকৰ ঘৰলৈ যোৱাটো কেতিয়াও পচন্দ নকৰে৷ যদিওবা শাহুৱেকে নিজৰ বোৱাৰীক চিধা চিধিকৈ একো নকলেও তেওৰ কথাত সেয়া বুজি পোৱা যায় ৷

আনৰ সৈতে তুলনা কৰা 

কাম কৰা মহিলাসকলে প্ৰায়ে অফিচত নিজৰ শাহুৱেকক আনৰ সৈতে তুলনা কৰে৷তেওলোকে ভাবে ঘৰত সন্মান নিদিয়ে আৰু সেই বিৰক্তি ঘৰৰ সদস্যৰ ওপৰত বাহিৰ কৰে 

Post a Comment

1 Comments