Bohag bihu wishes 2019 | rongali bihu quote | sms

Bohag bihu wishes 2019 | rongali bihu quote |ৰঙালী বিহু sms

বহাগ আমাৰ আয়ুস ৰেখা। ভাল লাগে বিহু বুলিলেই মন প্রাণ..বিহু আমাৰ কৃষ্টি আমাৰ অস্তিত্ব জীয়াই ৰখাৰ পৰম্পৰা। আমাৰ বিহু আমিয়েই ৰাখিব লাগিব চিৰকালৰ বাবে।
পাৰিলে আহক একেলগে উলাহেৰে গাই যাওঁ 

“বিহুটি বছৰি আহিবা, অসমী আইকে জগাবা..................”
Happy bohag bihu 2019



ৰঙালী বিহুৰ শুভ কামনাৰে : happy rangali bihu 2019

সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো। ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ হওঁক সকলোৰে জীৱন, তাৰেই আন্তৰিক কামনাৰে…



সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো । ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ , তাৰেই আন্তৰিক কামনাৰে.



বহাগ, ব্ৰহ্মপুত্ৰ আৰু বৰাক-- অসমীয়া জাতিৰ প্ৰথম পৰিচয় । এই নতুন বহাগে সকলোলৈ কঢ়িয়াই আনক- সুখ, শান্তি আৰু সমৃদ্ধি । তাৰেই কামনা কৰি সকলোলৈ অসমীয়া নতুন বৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালো ।


বহাগ মাথো এটি ঋতু নহয় নহয় ব’হাগ এটি মাহ; অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণ জীৱনৰ ই সাহ। ” --ড° ভূপেন হাজৰিকা


সকলোলৈ বহাগ বিহু তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ । বিহুটিয়ে শান্তি-সম্পৃতি , ভাতৃত্ববোধ আৰু সংস্কৃতিৰ এনাজৰীডাল অধিক শক্তিশালী কৰিব ।

 ( Happy Rongali Bihu )




happy rongali bihu
bohag bihu wishes 2019

মৰমৰ দীঘ দি চেনেহৰ বাণী বৈ হেঁপাহৰ আঁচুৰে বোৱা,সপোন ফুলেৰে ফুলাম মোৰ এই বিহুৱান মন দি এবেলি লোৱা…

rongali bihu sms 2019


নাহৰ ফুল ফুলিবৰ বতৰ ঐ লাহৰী তগৰ ফুল ফুলিবৰ বতৰ,নাহৰৰ গোন্ধে পাই লাহৰীৰ ততে নাইগ ছকত ভাঙি যায় যঁতৰ…

happy bohag bihu 2019


টকাৰ সৰু সৰু মাতে সমনীয়া টকাৰ সৰু সৰু মাত, টকাৰ মাতে শুনি ৰ’ব মই নোৱাৰি এৰি যাওঁ পেটৰে ভাত


boha bihu photo 2019

পেঁপাটি বজাবৰ তিনিটি আঙুলি মাজৰটি আঙুলি লৰে,যেতেকে লৰিব পুৰুষৰ আঙুলি তেতেকে জেউতি চৰে…

rongali bihu whatsapp status

গগণা আৰণি গগণা পুৰণি ঐ গগণা কিহেৰে বায়, দুফালে দুচাটি এফালে এচটি ঐ মুগা সূতা লগায়ে বায়…


সুতুলি সুতুলি মাটিৰে সুতুলি সুতুলি কিহেৰে বাওঁ,ককাঁলৰ খোচনিত মাটিৰে সুতুলি আঙুলি বোলায়ে বাওঁ…


ঢোলৰ নাম উৰুলি ঢোলৰ নাম কুৰুলি ঢোলত ধৰিলে ঘূণে,মৰাণৰ মুচিয়াৰ ঘৰত নাইকিয়া ঢোল চাই দিব কোনে?



Post a Comment

0 Comments