গুৱাহাটীৰ মহানগৰীৰ পদপথৰ কাষত বাস কৰা আৰ্তসকলক পিন্ধাৰ কাপোৰ লগতে খাবলৈ খোৱা বস্তু দিয়াৰ প্ৰয়াস

গুৱাহাটীৰ মহানগৰীৰ পদপথৰ কাষত বাস কৰা আৰ্তসকলক পিন্ধাৰ কাপোৰ লগতে খাবলৈ খোৱা বস্তু দিয়াৰ প্ৰয়াস

পুনৰ এবাৰ ৰাইজৰ সহযোগিতা কামনা কৰি অসমীয়া মাহৰ ১১ জেঠ অৰ্থাৎ অহা ২৬ মে' ২০১৯ তাৰিখে হাতত লোৱা হৈছে এক কাৰ্যসূচী৷

গুৱাহাটীৰ মহানগৰীৰ পদপথৰ কাষত বাস কৰা আৰ্তসকলক পিন্ধাৰ কাপোৰ লগতে খাবলৈ খোৱা বস্তু দিয়াৰ প্ৰয়াস কৰিছোঁ। আশা কৰিছো প্ৰতিগৰাকী সহৃদয়ৱান ব্যক্তিয়ে পাৰ্যমানে ধনৰাশি আগবঢ়াই আমাৰ এই যাত্ৰাত সহযোগ কৰি ক্ষুদ্ৰ প্ৰয়াসক সঁহাৰি জনাওঁক...
সহায়ৰ হাত আগবঢ়াব খুজিলে সামান্য ধনৰাশি আগবঢ়াব পাৰে। আপোনাৰ ফোনৰ ইনষ্টল হৈ থকা BHIM app বা অন্য App ৰ সহায়ত নতুবা অন্য প্ৰকাৰে সহায় কৰিব পাৰে।

(বিঃদ্ৰঃ ২০০০ টকা বা তাতোকৈ বেছি ধনৰাশি দান আগবঢ়োৱা সকলক ধন্য়বাদ স্বৰুপে জোনাক অসম এটি টি চাৰ্ট প্ৰদান কৰা হব)


আমাৰ একাউণ্ট নম্বৰ - 6682000100010440
IFSC Code- PUNB0668200

জোনাক অসম যোগাযোগ নম্বৰ - 60017 98591, 70020 74473




আহিবচোন আপুনিও! অামি আপোনাকো আপেক্ষা কৰিম❤
আপুনি আমাৰ এই কামত যদিহে সমৰ্থন কৰিছে অনুগ্ৰহ কৰি পোষ্টটো facebook , whatsapp শ্বেয়াৰ কৰক ৷

Connect with us facebook group link click here

Post a Comment

0 Comments