কিতাপত নোহোৱা ভাৰতৰ বুৰঞ্জী যিবোৰ আপুনি নাজানে

কিতাপত নোহোৱা ভাৰতৰ বুৰঞ্জী যিবোৰ আপুনি নাজানে

দ্বিতীয় বিশ্বযুদ্ধত জাপান আৰু জাৰ্মানে ব্ৰিটিছৰ কমৰ ভাঙি দিছিল এক প্ৰকাৰ । আনহাতে ভাৰতত সুভাষ চন্দ্ৰ বসেও ব্ৰিটিছৰ পানীত হাঁহ নচৰা অৱস্থা কৰি দিছিল ।

ভাৰতক ব্ৰিটিছে স্বাধীনতা দিয়াৰ বাহিৰে আন উপায় দেখা পোৱা নাছিল । সেই সময়ত ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী ক্লিমেট অতলী আছিল আৰু ভাৰতৰ দায়িত্ব লৰ্ড মাউন্টবেটেনক দিছিল ।

জিন্না আৰু নেহৰুৰ লগত মাউন্টবেটেনে আলোচনাত বহিল । সেই আলোচনা গোপন কৰি ৰখা হল ।

3 জুন 1947 চনত ব্ৰিটিছ চৰকাৰে এখন আঁচনি ঘোষণা কৰিলে । যাক 3 June plan বুলিও কোৱা হয় ।

এই আচনীখনৰ কেইটামান বিশেষ কথা আছিল :

1. ভাৰতক পাকিস্তান আৰু ইণ্ডিয়া বুলি দুভাগ কৰা হব ।
2. ভাগ হোৱা ভাৰত আৰু পাকিস্তান উভয়কে 'অধিকৃত' (dominion) কৰি ৰখা হব ব্ৰিটিছৰ ।
3. ব্ৰিটিছে ভাৰতত গভর্নৰ নিযুক্তি কৰিব আৰু সেই গভৰ্নৰ ব্ৰিটিছৰ ৰাণীৰ নিৰ্দেশত কাম কৰিব ।
সেই মতেই ব্ৰিটিছে এখন আইন বনালে ব্ৰিটেইন পাৰ্লিয়ামেণ্টত । আইনখনৰ নাম হল 'indian Indipendence Act 1947 ' .

এই আইনখনক ভাৰতত লাগু কৰি ভাৰতখন আংশিক স্বাধীন কৰি দিয়া হল কিন্তু চিৰদিনলৈ অধিকৃত কৰি ৰাখিলে ব্ৰিটিছৰ ।
সেইমতেই লৰ্ড মাউণ্টবেটেনে এবছৰ ভাৰতত থাকিল আৰু তেওঁ যোৱাৰ পিছত গভৰ্নৰৰ আসনখন তেওঁৰ ঘনিষ্ঠ চি ৰাজগোপালচাৰিক দি গল । চি ৰাজগোপালচাৰিক দৰমহা ব্ৰিটিছে দিছিল ।

তাৰ পিছত ভাৰতত 1950 চনৰ 26 জানুৱাৰীৰ পৰা গণতন্ত্ৰ প্ৰতিষ্ঠা হল , কিন্তু ব্ৰিটিছ commonwealth ৰ ভিতৰত থাকিল । আজিও আমি ব্ৰিটিছ commonwealth ৰ পৰা বাহিৰত ওলাব পৰা নাই ।

ব্ৰিটিছ commonwealth ৰ পৰা ওলাবলৈ বা ভাৰতক সম্পূৰ্ণ স্বাধীন কৰিবলৈ পূৰ্বতে যে কোনেও সাহস কৰা নাই তেনে নহয় , পূৰ্বৰ বহুকেইজন প্ৰধানমন্ত্ৰীয়ে সাহস কৰিছিল । কিন্তু সেই আটাইকেইজৰে ৰহস্যজনক মৃত্যু হৈছিল ।

প্ৰথম চেষ্টা কৰিছিল লাল বাহাদুৰ শাস্ত্ৰীয়ে । 1965 চনত হোৱা ভাৰত আৰু পাকিস্তানৰ যুদ্ধত পাকিস্তাক লাহোৰলৈ খেদি গৈছিল ভাৰতীয় সেনাই । বিপদত পৰি পাকিস্তানে ব্ৰিটিছৰ মধ্যস্থতা বিচাৰিছিল ।

ব্ৰিটিছে মাজত আহি 10 জানুৱাৰী 1966 চনত উজবেকিস্তানতৰ টাস্কেনত আলোচনা পাতিলে ।

সেই আলোচনতাত শাস্ত্ৰীৰ ৰহস্যজনক মৃত্যু হল ।। মৃতদেহ ঘূৰি আহিল ভাৰতত । পাকিস্তানো যিহেতু ব্ৰিটিছ commonwealth ৰ অংশ , সেইবাবে ব্ৰিটিছে পাকিস্তানৰ লোকচান হোৱাটো নিবিচাৰে ।

তাৰ পিছত ভাৰতক সম্পূৰ্ণ স্বাধীন কৰিবলৈ চেষ্টা কৰিলে ইন্দিৰা গান্ধীয়ে ।

ভাৰতক সকলো প্ৰকাৰে সক্ষম কৰি তুলিলে । পাৰমাণৱিক শক্তিশালী কৰি তুলিলে ভাৰতক । কিন্তু ইন্দিৰা গান্ধীও মৰি থাকিল ৰহস্যজনক ভাবে ।

তাৰ পিছত ৰাজীৱ গান্ধী ।

ভাৰতে বিচাৰিলেও পাকিস্তানক বিশ্বক দেখুৱাই একো কৰিব নোৱাৰে । কৰিলেও লুকাই কৰিব লাগিব ।

দৰাচলতে ব্ৰিটিছে যি চুক্তি অনুসৰি ভাৰতক আংশিক স্বাধীনতা দিছিল , তাৰ বিপৰীতে যোৱা বা সিহঁতে লুটিবলৈ আৰু দমন কৰিবলৈ বনাই থৈ যোৱা কোনো আইন বন্ধ হোৱাটো নিবিচাৰে ।
ব্ৰিটিছে বনাই যোৱা আইন ভাঙিবলৈ ভাৰত চৰকাৰে বা ভাৰতৰ সংসদৰ অধিকাৰ নাই ।

Income tax act

Indian Police Act ,

Land acquisition Act ,

Indian forest act

Motor vehicle Act ,

Weapons Act ,

আদিৰ দৰে প্ৰায় 36 হেজাৰ আইন ব্ৰিটিছে ভাৰতত লগাইছিল ভাৰতীয় সকলক দমন কৰিবলৈ ।

কিন্তু যোৱা 5 বছৰত তেনে প্ৰায় 3000 আইন ধ্বংস কৰা হৈছে , যিবোৰ ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত বাধা হৈ আছিল ।

ভাৰতৰ দুৰ্ভাগ্য যে বগা ব্ৰিটিছ যোৱাৰ পিছতো কলা ব্ৰিটিছে একেদৰে বহু বছৰ ভাৰতখন শাসন কৰিলে ।

সেয়ে ভয় হয় , মোদী ডাঙৰীয়াক যেন ভগৱানে কুশলে ৰাখে ।

-পংকজ পাঠক 

Post a Comment

0 Comments