header ads

य़े जिंदगी ना मिलेगी दोबारा assamese motivational line

य़े जिंदगी ना मिलेगी दोबारा assamese motivational line

এজনী হট গাৰলফেন্ড পোৱাতেই জীৱন সম্পুৰণ নহয়, জীৱনটোত এজনী পাগলী টাইপ ফ্ৰেন্ডৰো দৰকাৰ যাৰ লগত সকলো কথাই পাতিব পাৰি ৷ 
হাতত এটা এপল ৰ মোৱাইল লৈ আপুনি সুখী নহবও পাৰে ৷ সেই মোৱাইলটোৰ মুল্যও তাতকৈ বেছি যিটোৰে আপুনি কাৰোৱাৰ সতে বিশেষ কথা আলোচনা কৰিছিল ৷ 

প্ৰতিবাৰেই কাৰোৱাক সময়তে বাৰথডে উইচ কৰাতেই আমেজ নাই ৷ কাৰোবাৰ সেই দিনটো এবাৰ পাহৰি তেওৰ গালি খোৱাৰো আমেজ এটা থাকে ৷
 জীৱনটোৰ প্ৰতি মুহুৰত বিজি থকাকেই সুখ নাই তাৰ মাজতে কিছু সময় উলিয়াই আপোনজনৰ সতে মনৰ কথা পাতি লওকচোন ৷
বন্ধ ৰুমত অকলে পিটজা খোৱাৰ আমেজত কৈ বেছি আমেজ একাপ কফি বন্ধু সকলৰ সতে আদ্দাত খোৱা ৷

আচলতে আপোনাৰ হাতত বহুতো নাথাকিব পাৰে ৷ কিন্তু বিশ্বাস কৰক
জীৱনটো আচলতে এনেকুৱা সৰু সৰু মুহুৰতৰে ভৰপুৰ 
আহকচোন জীৱনৰ প্ৰতিটো মুহুৰত উপভোগ কৰো ৷ আজিৰ দিনটোৰ বাবেই জীয়াই থাকো ৷
य़े जिंदगी ना मिलेगी दोबारा ........

 ..................

তলত থকা facebook আৰু whatsapp বুটামত ক্লিক কৰি facebook timeline ত আৰু whatsapp status ত share কৰকচোন আৰু আপোনাৰ দৰে আন দহজনকো পঢ়িবলৈ দিয়ক। কমেন্ট বক্সত আপোনাৰ মতামত লিখক ।

ads

Post a Comment

0 Comments