WhatsApp Status Download app |বেলেগৰ হোৱাটচএপ ষ্টেটাছৰ ভিডিঅ কেনেকৈ ডাউনলোড কৰিব

WhatsApp Status Download  app |বেলেগৰ হোৱাটচএপ ষ্টেটাছৰ ভিডিঅ কেনেকৈ ডাউনলোড কৰিব


আনৰ WhatsApp Status Download koriboloi প্ৰথমে আপুনি  WhatsApp Status Downloader App টো  Download কৰি লব লাগিব | ইয়াৰ বাবে google play store টো খুলি লৈ search কৰক whatsapp status download ।

WhatsApp Status Save Kenekoi koribo

Open App

App Download  হোৱা পিছত Open কৰি লওঁক , App Open হোৱা পিছত 3 Option থাকিব

Recent Stories
Saved Stories


How To Use
তাৰ পৰা আপুনি ১ম option ত ক্লিক কৰক.  Recent Stories





পিছত Click On Download Button ত কৰক



পিছত আপুনি আপোনাৰ সকলো whatsapp friend r status and video বোৰ দেখা পাব। পিছত যিখন ফটোত বা ভিডিঅ ডাউনলোড কৰিব লাগে তাত ক্লিক কৰি লওক



Click On Ok


 Download  হোৱাৰ পিছত Ok কৰক ,আপোনাৰ ফোনত WhatsApp Status Download হৈ যাব আৰু তাক আপুনি পুনৰ নিজৰ ষ্টেটাছত আপলোড কৰিব পাৰে।


Post a Comment

0 Comments