assamese love story 2019

assamese love story 2019 তাইৰ বিয়াৰ আজি এবছৰ হল ৷ মই তিনিআলিৰ দোকানখনত ৰৈ আছো ৷ সেই দিনা যিদিনা তাইক 1ম লগ পাইছিলো এই দোকানখনতেই মই আ...



assamese love story 2019

তাইৰ বিয়াৰ আজি এবছৰ হল ৷ মই তিনিআলিৰ দোকানখনত ৰৈ আছো ৷ সেই দিনা যিদিনা তাইক 1ম লগ পাইছিলো এই দোকানখনতেই মই আদ্দা দি আছিলো ৷ যত ৰৈ আছে মোৰ অযুত স্মৃতি …

7 বছৰ আগত ৷ সাধাৰনতে তিনিআলিটোত মই আদ্দা দিবলৈ নাহো ৷ ৰাজে এদিন মোক লৈ আহিল ৷ কাৰণটো এয়াই তাৰ ভাললগা ছোৱালীজনী এইটো ৰাস্তাৰে যায় ৷ দুপৰীয়াৰ সময় ৷ শীতৰ দিন ৷ ৰ'দটো বেচ আমেজপুৰণ ৷ ঠাইখিনি সিমান ভাল লগা নাছিল যদিও মোৰ বাবে উপাই নাই ৷ যথাসময়ত ডিম্পী আহিল ৷ (ৰাজৰ ভাল লগা জনী) তাই দোকানখনলৈ আহিল ৷ ৰাজে কথা পাতিলে ৷ মই বহি থাকিলো ৷ একেবাৰে বৰিং সময় মোৰ বাবে ৷ হঠাৎতে মন কৰিলো ডিম্পীৰ লগৰজনীও মোৰ দৰে অন্যফালে চাই আছে ৷হয়তো তাইয়ো মোৰ দৰে বৰিং ফিল কৰিছে ৷ নজানো কিয় মোৰ ভাল লাগি গল ৷ মই তাইৰ এইবাৰে সময় মিলাই তাইক লক্ষ্য কৰিবলৈ আৰম্ভ কৰিলো ৷ এবাৰ তাইয়ো ঘুৰি চালে ৷ মই চকু আতৰাই দিলো ৷ যথা সময়ত সিহত গুচি গল ৷ সেইদিনা যদিও মই উভতি আহিছিলো ৷মোৰ মন ব্যাকুলহৈ পৰিছিল তাইক আকৌ এবাৰ চাবলৈ ৷ তাইৰ মুখখনতে যেন পুৰনিমাৰ জোনটো আছে ৷ 2য় দিনাও একে অবস্হা মই মাতো নামাতোকৈ মাতিলো ৷ তাইয়ো ধুনীয়াকৈ উওৰ দি গল ৷ স্মিতাক্ষী তাইৰ নাম …

.... 1 ম দিনাৰ দৰে দিনবোৰ আৰু বৰিং নাছিল ৷ কেতিয়াবা কেতিয়াবা এনে লাগিছিল দোকানখনতেই কটাই দিও নেকি ৰাতিটো, যাতে পিছদিনা পুৱা আকৌ তাইক দেখা পাম ৷ দুপৰীয়া লগ পাম ৷ এনেকৈয়ে দিনবোৰ গ'ল ৷ ৰাজেও সুযোগ বুজি ডিম্পীক প্ৰপোজ কৰিলো ৷তাই এচেপ্ত কৰিলে ৷ সেই সময়ত স্মিতাৰ লগত মোৰ বন্ধুত্বও তীব্ৰ হৈ গল ৷ এদিন মইয়ো তাইক কওঁ নকওকৈ কৈ দিলো মনৰ কথাবোৰ ৷ হয়তো সেই সময়ত তাই অপ্ৰস্তত আছিল ৷ তাই একো নোকোৱাকৈ গুচি গৈছিল ৷ মই ভাবিছিলো সব খতম ৷ দোকানখনলৈ যোৱাটোও বাদ দিলো ৷ তিনিদিন পিছত ৰাজে কৈছিল মইও যাব লাগে তাৰ লগত ৷ স্মিতাৰ কিবা কব লগা আছে ৷ সাধাৰনতে এনে সময়ত আমিবোৰে নিগেটিভ ভাবো ৷ মইও তাৰ ব্যতিক্ৰম নহয় ৷ মই গৈছিলো তাই আহিছিল ৷ লাহেকৈ তাই কৈছিল "আই লাভ ইয়ু টু " ৷ মোৰ এনে লাগিল যেন গোটেই দোকানখনেই গিফট দি দিও নেকি … সেই সময় খিনিৰ পিছত মোৰো এজনী ধুনীয়া মৰমলগা gf হৈছিল ৷ স্মিতা ৷ মই দিয়া নাম ৷ মই তাইক ভালপাও ৷ আচৰিত ভাবে ৷ হয়তো মইও নাজানো কিমান ৷

আজি 7 বছৰ হল ৷ মই স্মিতাক দেখিছো তাই ওলাই আহিছে ৷ কোলাত তাইৰ দৰেই ধুনীয়া মৰমলগা কেচুৱাটো ৷তাই মোৰ কাষলৈ আহিল আৰু কলে
" ৰিণি ক আপুনিয়েই লওকচোন"
পাণটো মুখত ভৰাই মই তাইক কোলাত লৈ ললো ৷

আজিকালি মোৰ ভাললগা ছোৱালী এজনীৰ সংখ্যা বাঢ়ি ল ৷ ৰিণি মোৰ সন্তান ৷ স্মিতা মোৰ পত্নী ৷

ভালপোৱাটো হয়তো ইমান ধুনীয়া নহলেই হয় ৷ যদিহে এইখিনি ঠাইত দোকানখন নাথাকিল হয় ৷..................


তলত থকা facebook আৰু whatsapp বুটামত ক্লিক কৰি facebook timeline ত আৰু whatsapp statusshare কৰকচোন আৰু আপোনাৰ দৰে আন দহজনকো পঢ়িবলৈ দিয়ক। কমেন্ট বক্সত আপোনাৰ মতামত লিখক ।

ads

Name

assam,4,Assamese entertainment news,1,assamese quote,12,assamese song lyrics,2,Student corner,4,Video,1,whatsapp status video,1,অনুপ্ৰেৰণামুলক,11,অনুভৱ,28,কবিতা,8,কিতাপৰ পোক,2,গল্প,30,জ্ঞানৰ সফুঁৰা,30,টিপচ্,8,টিপচ্ এণ্ড ট্ৰিকচ্,9,পেন অন পেপাৰ,5,বিজ্ঞান বিচিত্ৰা,4,বিবিধা,23,মিষ্ট্ৰিয়াচ নাইট,35,স্বাস্থ্য,10,
ltr
item
Jonak axom : assamese love story 2019
assamese love story 2019
https://1.bp.blogspot.com/-BteLLebvb4c/XGaJ8h7qGCI/AAAAAAAAB8w/cjhpxv3IkYIMhzdCvsou55QYspZzUfl8ACLcBGAs/s1600/download.jpg
https://1.bp.blogspot.com/-BteLLebvb4c/XGaJ8h7qGCI/AAAAAAAAB8w/cjhpxv3IkYIMhzdCvsou55QYspZzUfl8ACLcBGAs/s72-c/download.jpg
Jonak axom
https://www.jonakaxom.com/2019/02/assamese-love-story-2019.html
https://www.jonakaxom.com/
https://www.jonakaxom.com/
https://www.jonakaxom.com/2019/02/assamese-love-story-2019.html
true
8804125980716359042
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy