Some static gk questions in Assamese - চৰকাৰী পৰীক্ষাবোৰত আহিব পৰা কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ





Some static gk questions in Assamese - চৰকাৰী পৰীক্ষাবোৰত আহিব পৰা কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

ভাৰতৰ আটাইকেইখন ৰাষ্ট্ৰীয় উদ্যান - all National parks list  in Assamese


 অসম  Assam

Dibru-Saikhowa National Park (ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান)

Kaziranga National Park(কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান)

Manas National Park (মানাহ ৰাষ্ট্ৰীয় উদ্যান)

Orang National Park (ওৰাং ৰাষ্ট্ৰীয় উদ্যান)

Nameri National Park (নামেৰি ৰাষ্ট্ৰীয় উদ্যান)


  মেঘালয়  (Meghalaya)



👉Balphakram National Park (বালফাক্ৰম ৰাষ্ট্ৰীয় উদ্যান)

👉Nokrek National Park (নক্ৰেক ৰাষ্ট্ৰীয় উদ্যান)



   মধ্য প্ৰদেশ  (Madhya Pradesh)



👉Bandhavgarh National Park (বান্ধৱগঢ় ৰাষ্ট্ৰীয় উদ্যান)

👉Kanha National Park (কান্হা ৰাষ্ট্ৰীয় উদ্যান)

👉Madhav National Park (মাধৱ ৰাষ্ট্ৰীয় উদ্যান)

👉Mandla Fossils National  Park(মান্ড্লা ফচিলচ্ ৰাষ্ট্ৰীয় উদ্যান)

👉Van Vihar National Park (বান বিহাৰ ৰাষ্ট্ৰীয় উদ্যান)

👉Panna National Park (পান্না ৰাষ্ট্ৰীয় উদ্যান)

👉Pench National Park (পেন্চ্ ৰাষ্ট্ৰীয় উদ্যান)

👉Sanjay National Park (সঞ্জয় ৰাষ্ট্ৰীয় উদ্যান)

👉Satpura National Park (সৎপোৰা ৰাষ্ট্ৰীয় উদ্যান)





   কৰ্ণাটক  (Karnataka)



👉Bandipur National Park (বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান)

👉Bannerghatta National Park (বানেৰঘাট্টা ৰাষ্ট্ৰীয় উদ্যান)

👉Kudremukh National Park (কুডেৰমুখ ৰাষ্ট্ৰীয় উদ্যান)

👉Nagarhole National Park (নাগাৰহ'ল ৰাষ্ট্ৰীয় উদ্যান)



   ঝাৰখণ্ড  (Jharkhand)

👉Betla National Park (বেট্লা ৰাষ্ট্ৰীয় উদ্যান)

👉Hazaribagh National Park (হাজাৰিবাগ ৰাষ্ট্ৰীয় উদ্যান)



   উৰিষ্যা  (Odisha)



👉Bhitarkanika National Park (ভিতৰকণিকা ৰাষ্ট্ৰীয় উদ্যান)

👉Nandankanan Zoological Park (নন্দনকানন জীৱ উদ্যান)

👉Simlipal National Park (চিম্লীপাল ৰাষ্ট্ৰীয় উদ্যান)



   গুজৰাট  (Gujarat)

👉Blackbuck National Park (ব্লেকবাক্ ৰাষ্ট্ৰীয় উদ্যান)

👉Gir Forest National Park (গিৰ্ ৰাষ্ট্ৰীয় উদ্যান)

👉Marine Gulf of Kutch park (মেৰিনা গোল্ফ ৰাষ্ট্ৰীয় উদ্যান)

👉Vansda National Park (ৱান্চডা ৰাষ্ট্ৰীয় উদ্যান)



   পশ্চিমবংগ  (West Bengal)



👉Sundarbans National Park (সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান)

👉Buxa Tiger Reserve (বোক্সা বাঘ সংৰক্ষণ উদ্যান)

👉Gorumara National Park (গৰুমাৰা ৰাষ্ট্ৰীয় উদ্যান)

👉Jaldapara National  Park (জল্দাপাৰা ৰাষ্ট্ৰীয় উদ্যান)

👉Neora Valley National Park (নেউৰা ভেলী ৰাষ্ট্ৰীয় উদ্যান)

👉Singalila National Park (সিংগালিলা ৰাষ্ট্ৰীয় উদ্যান)



   আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ  (Andaman and Nicobar Islands)



👉Campbell Bay National Park (কেম্পবেল বে ৰাষ্ট্ৰীয় উদ্যান)

👉Galathea National Park (গালাথিয়া ৰাষ্ট্ৰীয় উদ্যান)

👉Mahatma National Park (মাহাত্মা ৰাষ্ট্ৰীয় উদ্যান)

👉Middle Button National Park(মিডল্ ৱাটন্ ৰাষ্ট্ৰীয় উদ্যান)

👉Mount Harriet National Park (মাউণ্ট হাৰাইট্ ৰাষ্ট্ৰীয় উদ্যান)

👉North Button National Park (নৰ্থ ৱাটন্ ৰাষ্ট্ৰীয় উদ্যান)

👉South Button National Park (চাউথ্ ৱাটন্ ৰাষ্ট্ৰীয় উদ্যান)

👉Rani Jhansi National Park (ৰাণী ঝাঞ্চী ৰাষ্ট্ৰীয় উদ্যান)

👉Saddle Peak National Park (চিডেল্ পিক্ ৰাষ্ট্ৰীয় উদ্যান)



   মহাৰাষ্ট্ৰ  (Maharashtra)

👉Chandoli National Park (চানডলী ৰাষ্ট্ৰীয় উদ্যান)

👉Negaon National Park (নেগাওঁ ৰাষ্ট্ৰীয় উদ্যান)

👉Sanjay Gandhi National Park (সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যান)

👉Tadoba National Park (টেডাবু ৰাষ্ট্ৰীয় উদ্যান)

👉Gugamal National Park (গোগামাল ৰাষ্ট্ৰীয় উদ্যান)



   জম্মু আৰু কাশ্মীৰ  (Jammu and Kashmir)

👉Dachigam National Park (ডাচিগাম ৰাষ্ট্ৰীয় উদ্যান)

👉Hemis National Park (হেমিচ্ ৰাষ্ট্ৰীয় উদ্যান)

👉Kishtwar National Park (কিচ্ট্ ৱাৰ ৰাষ্ট্ৰীয় উদ্যান)

👉Salim Ali National Park (চেলিম আলি ৰাষ্ট্ৰীয় উদ্যান)



   ৰাজস্থান  (Rajasthan)



👉Darrah National Park (ডাৰাহ্ ৰাষ্ট্ৰীয় উদ্যান)

👉Desert National Park (দিজাৰ্ট ৰাষ্ট্ৰীয় উদ্যান)

👉Keoladeo National Park (কেউলাডেউ ৰাষ্ট্ৰীয় উদ্যান)

👉Mount Abu Wildlife Sanctuary (মাউণ্ট আবু অভয়াৰণ্য)

👉Ranthambore National Park (ৰাণথাম্ব'ৰ ৰাষ্ট্ৰীয় উদ্যান)

👉Sariska Tiger Reserve (সৰিস্কা বাঘ সংৰক্ষণ অভয়াৰণ্য)



   উত্তৰ প্ৰদেশ  (Uttar Pradesh)

👉Dudhwa National Park (দূ্ধ্ৱা ৰাষ্ট্ৰীয় উদ্যান)



   বিহাৰ*( Bihar)

👉Valmiki National Park (বাল্মিকী ৰাষ্ট্ৰীয় উদ্যান)



   কেৰেলা  (Kerala)

👉Eravikulam National Park (ইৰাভিকোলাম ৰাষ্ট্ৰীয় উদ্যান)

👉Mathikettan National Park (মাথিকেটান্ ৰাষ্ট্ৰীয় উদ্যান)

👉Periyar National Park (পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যান)

👉Silent Valley National Park (চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান)


তামিল নাডু  (Tamil Nadu)

  👉Guindy National Park (গোয়িন্ডে ৰাষ্ট্ৰীয় উদ্যান)

  👉Gulf of Mannar National Park (গোল্ফ অব্ মেনাৰ ৰাষ্ট্ৰীয় উদ্যান)

  👉Indira Sanctuary (ইন্দিৰা বন অৰণ্য)

  👉Mudumalai National Park (মোদোমেলিয়া ৰাষ্ট্ৰীয় উদ্যান)

  👉Mukurthi National Park (মূকুৰ্থি ৰাষ্ট্ৰীয় উদ্যান)

  👉Palani Hills National Park (পালানী শিল ৰাষ্ট্ৰীয় উদ্যান)

 পাঞ্জাব  ( Punjab)

 👉Harike Wetland National Park(হেৰিকা ৱেটলেণ্ড ৰাষ্ট্ৰীয় উদ্যান)

 হাৰিয়ানা  (Haryana)

 👉Kalesar National Park (কালেশ্বৰ ৰাষ্ট্ৰীয় উদ্যান)

 👉Sultanpur National Park (চুলতানপুৰ ৰাষ্ট্ৰীয় উদ্যান)



 হিমাচল প্ৰদেশ  (Himachal Pradesh)

 👉Great Himalayan National Park (গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান)

      👉Pin Valley National Park (পিন্ ভেলী ৰাষ্ট্ৰীয় উদ্যান)

 চত্তীছগড়  (Chhattisgarh)

 👉Indravati National Park (ইন্দ্ৰৱতী ৰাষ্ট্ৰীয় উদ্যান)

 👉Kanger Ghati National Park (কংগীৰঘাটি ৰাষ্ট্ৰীয় উদ্যান)

  উত্তৰাখণ্ড  (Uttarakhand)

  👉Jim Corbett National Park (জীমকৰবেট ৰাষ্ট্ৰীয় উদ্যান)

  👉Nanda Devi National Park (নন্দদেৱী ৰাষ্ট্ৰীয় উদ্যান)

  👉Rajaji National Park (ৰাজাজী ৰাষ্ট্ৰীয় উদ্যান)

  👉Valley of Flowers National Park (ভেলী অব্ ফ্লাৱাৰ ৰাষ্ট্ৰীয় উদ্যান)

  👉Gangotri National Park (গংগোত্ৰী ৰাষ্ট্ৰীয় উদ্যান)

  👉Govind Wildlife Sanctuary (গোবিন্দ অভয়াৰণ্য)

 মিজোৰাম  Manipur

 👉Keibul Lamjao National Park (কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান)

 👉Sirohi National Park(চিৰহি ৰাষ্ট্ৰীয় উদ্যান)



 ছিকিম  ( Sikkim)

👉Khangchendzonga Park (কাঞ্চনজঙ্ঘা ৰাষ্ট্ৰীয় উদ্যান)



 অৰুণাচল প্ৰদেশ  Arunachal Pradesh

 👉Mouling National Park (মউলিন্ ৰাষ্ট্ৰীয় উদ্যান)

 👉Namdapha National Park  (নামডফা ৰাষ্ট্ৰীয় উদ্যান)



 মিজোৰাম  (Mizoram)

Murlen National Park (মুৰলেন্ ৰাষ্ট্ৰীয় উদ্যান)

Blue Mountain National Park (নীলা পাহাৰ ৰাষ্ট্ৰীয় উদ্যান)


 অন্ধ্ৰপ্ৰদেশ*(Andhra Pradesh )

 👉Papikonda National Park(পপিকণ্ডা  ৰাষ্ট্ৰীয় উদ্যান)

 👉Sri Venkateswara Park(শ্ৰীভেংকটেশ্বৰ ৰাষ্ট্ৰীয় উদ্যান)





আজিৰ এইখিনিখিনি assamese gk যুগুতালে
Chandan Hazarika ই



তলত থকা facebook আৰু whatsapp বুটামত ক্লিক কৰি facebook timeline ত আৰু whatsapp status ত share কৰকচোন আৰু আপোনাৰ দৰে আন দহজনকো পঢ়িবলৈ দি উৎসাহিত কৰক। কমেন্ট বক্সত আপোনাৰ মতামত লিখক ।

ads

Post a Comment

0 Comments