অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা All Chief Minister of Assam

অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা  All Chief Minister of Assam


১)  গোপীনাথ বৰদলৈ -কাৰ্যকাল-১১ ফেব্ৰুৱাৰী ১৯৪৬ ৰ পৰা ৬ আগষ্ট ১৯৫০ 

২)  বিষ্ণুৰাম মেধি -(হাজো সমষ্টিৰ বিধায়ক)-
 কাৰ্যকাল- ৯ আগষ্ট ১৯৫০ ৰ পৰা ২৭ ডিচেম্বৰ ১৯৫৭ 

৩)  বিমলা প্ৰসাদ চলিহা -(সোণাৰী সমষ্টিৰ বিধায়ক)
- কাৰ্যকাল-২৮ ডিচেম্বৰ ১৯৫৭ ৰ পৰা ৬ নৱেম্বৰ ১৯৭০ 

৪)  মহেন্দ্ৰ মোহন চৌধুৰী -(পূব গুৱাহাটী সমষ্টিৰ বিধায়ক)- 
কাৰ্যকাল-১১ নৱেম্বৰ ১৯৭০ ৰ পৰা ৩০ জানুৱাৰী ১৯৭২ 

৫)  শৰৎচন্দ্ৰ সিংহ -(পূব কোকৰাঝাৰ সমষ্টিৰ বিধায়ক)
কাৰ্যকাল-৩১ জানুৱাৰী ১৯৭২ ৰ পৰা ১২ মাৰ্চ ১৯৭৮ 

৬)  গোলাপ বৰবৰা -(তিনিচুকীয়া সমষ্টিৰ বিধায়ক)
কাৰ্যকাল- ১২ মাৰ্চ ১৯৭৮ ৰ পৰা ৪ চেপ্তেম্বৰ ১৯৭৯ 

৭)  যোগেন্দ্ৰনাথ হাজৰিকা -(দুলীয়াজান সমষ্টিৰ বিধায়ক)
কাৰ্যকাল - ৯ চেপ্তেম্বৰ ১৯৭৯ ৰ পৰা ১১ ডিচেম্বৰ ১৯৭৯ 

 ৰাষ্ট্ৰপতি শাসন 

**১২ ডিচেম্বৰ ১৯৭৯ ৰ পৰা ৫ ডিচেম্বৰ ১৯৮০ 


৮)  চৈয়দা আনোৱাৰা টাইমূৰ -(দলগাওঁ সমষ্টিৰ বিধায়িকা)
কাৰ্যকাল-৬ ডিচেম্বৰ ১৯৮০ ৰ‌ পৰা ৩০ জুন ১৯৮১)*

 ৰাষ্ট্ৰপতি শাসন 

**৩০ জুন ১৯৮১ ৰ পৰা ১৩ জানুৱাৰী ১৯৮২ 


৯)  কেশৱ চন্দ্ৰ গগৈ -(ডিব্ৰুগড় সমষ্টিৰ বিধায়ক)
কাৰ্যকাল-১৩ জানুৱাৰী ১৯৮২ ৰ পৰা ১৯ মাৰ্চ ১৯৮২ 

  ৰাষ্ট্ৰপতি শাসন 

 **১৯ মাৰ্চ ১৯৮২ ৰ পৰা ২৭ ফেব্ৰুৱাৰী ১৯৮৩ 


১০)  হিতেশ্বৰ শইকীয়া -(নাজিৰা সমষ্টিৰ বিধায়ক)
কাৰ্যকাল-২৭ ফেব্ৰুৱাৰী ১৯৮৩ ৰ পৰা ২৩ ডিচেম্বৰ ১৯৮৫ 

১১)  প্ৰফুল্ল কুমাৰ মহন্ত -(নগাঁও সমষ্টিৰ বিধায়ক)
কাৰ্যকাল-২৪ ডিচেম্বৰ ১৯৮৫ ৰ পৰা ২৮ নৱেম্বৰ ১৯৯০ 


 ৰাষ্ট্ৰপতি শাসন 
**২৮ নৱেম্বৰ ১৯৯০ ৰ পৰা ৩০ জুন ১৯৯১ 



১২)  হিতেশ্বৰ শইকীয়া -(দ্বিতীয় বাৰ, নাজিৰা সমষ্টিৰ বিধায়ক)
 কাৰ্যকাল-৩০ জুন ১৯৯১ ৰ পৰা   ২২ এপ্ৰিল ১৯৯৬ 

১৩)  ভূমিধৰ বৰ্মন -(বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক)
কাৰ্যকাল-২২ এপ্ৰিল ১৯৯৬ ৰ পৰা ১৪ মে' ১৯৯৬ 

১৪)  প্ৰফুল্ল কুমাৰ মহন্ত -(দ্বিতীয় বাৰ,বঢ়মপুৰ সমষ্টিৰ বিধায়ক)
কাৰ্যকাল-১৫ মে' ১৯৯৬ ৰ পৰা ১৭ মে' ২০০১ 

১৫)  তৰুণ গগৈ -(তিতাবৰ সমষ্টিৰ বিধায়ক)
কাৰ্যকাল- ১৭ মে' ২০০১ ৰ পৰা ২৪ মে' ২০১৬ 

১৬)  সৰ্বানন্দ সোণোৱাল -(মাজুলী সমষ্টিৰ বিধায়ক)
কাৰ্যকাল-২৪ মে' ২০১৬ ৰ পৰা বৰ্তমান সময়লৈকে 

--------------------------------------------------------------------------

যুগুতালে
Chandan Hazarika ই



তলত থকা facebook আৰু whatsapp বুটামত ক্লিক কৰি facebook timeline ত আৰু whatsapp status ত share কৰকচোন আৰু আপোনাৰ দৰে আন দহজনকো পঢ়িবলৈ দি উৎসাহিত কৰক। কমেন্ট বক্সত আপোনাৰ মতামত লিখক ।

ads

Post a Comment

0 Comments