অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা All Chief Minister of Assam
১) গোপীনাথ বৰদলৈ -কাৰ্যকাল-১১ ফেব্ৰুৱাৰী ১৯৪৬ ৰ পৰা ৬ আগষ্ট ১৯৫০
২) বিষ্ণুৰাম মেধি -(হাজো সমষ্টিৰ বিধায়ক)-
কাৰ্যকাল- ৯ আগষ্ট ১৯৫০ ৰ পৰা ২৭ ডিচেম্বৰ ১৯৫৭
৩) বিমলা প্ৰসাদ চলিহা -(সোণাৰী সমষ্টিৰ বিধায়ক)
- কাৰ্যকাল-২৮ ডিচেম্বৰ ১৯৫৭ ৰ পৰা ৬ নৱেম্বৰ ১৯৭০
৪) মহেন্দ্ৰ মোহন চৌধুৰী -(পূব গুৱাহাটী সমষ্টিৰ বিধায়ক)-
কাৰ্যকাল-১১ নৱেম্বৰ ১৯৭০ ৰ পৰা ৩০ জানুৱাৰী ১৯৭২
৫) শৰৎচন্দ্ৰ সিংহ -(পূব কোকৰাঝাৰ সমষ্টিৰ বিধায়ক)
কাৰ্যকাল-৩১ জানুৱাৰী ১৯৭২ ৰ পৰা ১২ মাৰ্চ ১৯৭৮
৬) গোলাপ বৰবৰা -(তিনিচুকীয়া সমষ্টিৰ বিধায়ক)
কাৰ্যকাল- ১২ মাৰ্চ ১৯৭৮ ৰ পৰা ৪ চেপ্তেম্বৰ ১৯৭৯
৭) যোগেন্দ্ৰনাথ হাজৰিকা -(দুলীয়াজান সমষ্টিৰ বিধায়ক)
কাৰ্যকাল - ৯ চেপ্তেম্বৰ ১৯৭৯ ৰ পৰা ১১ ডিচেম্বৰ ১৯৭৯
ৰাষ্ট্ৰপতি শাসন
**১২ ডিচেম্বৰ ১৯৭৯ ৰ পৰা ৫ ডিচেম্বৰ ১৯৮০
৮) চৈয়দা আনোৱাৰা টাইমূৰ -(দলগাওঁ সমষ্টিৰ বিধায়িকা)
কাৰ্যকাল-৬ ডিচেম্বৰ ১৯৮০ ৰ পৰা ৩০ জুন ১৯৮১)*
ৰাষ্ট্ৰপতি শাসন
**৩০ জুন ১৯৮১ ৰ পৰা ১৩ জানুৱাৰী ১৯৮২
৯) কেশৱ চন্দ্ৰ গগৈ -(ডিব্ৰুগড় সমষ্টিৰ বিধায়ক)
কাৰ্যকাল-১৩ জানুৱাৰী ১৯৮২ ৰ পৰা ১৯ মাৰ্চ ১৯৮২
ৰাষ্ট্ৰপতি শাসন
**১৯ মাৰ্চ ১৯৮২ ৰ পৰা ২৭ ফেব্ৰুৱাৰী ১৯৮৩
১০) হিতেশ্বৰ শইকীয়া -(নাজিৰা সমষ্টিৰ বিধায়ক)
কাৰ্যকাল-২৭ ফেব্ৰুৱাৰী ১৯৮৩ ৰ পৰা ২৩ ডিচেম্বৰ ১৯৮৫
১১) প্ৰফুল্ল কুমাৰ মহন্ত -(নগাঁও সমষ্টিৰ বিধায়ক)
কাৰ্যকাল-২৪ ডিচেম্বৰ ১৯৮৫ ৰ পৰা ২৮ নৱেম্বৰ ১৯৯০
ৰাষ্ট্ৰপতি শাসন
**২৮ নৱেম্বৰ ১৯৯০ ৰ পৰা ৩০ জুন ১৯৯১
১২) হিতেশ্বৰ শইকীয়া -(দ্বিতীয় বাৰ, নাজিৰা সমষ্টিৰ বিধায়ক)
কাৰ্যকাল-৩০ জুন ১৯৯১ ৰ পৰা ২২ এপ্ৰিল ১৯৯৬
১৩) ভূমিধৰ বৰ্মন -(বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক)
কাৰ্যকাল-২২ এপ্ৰিল ১৯৯৬ ৰ পৰা ১৪ মে' ১৯৯৬
১৪) প্ৰফুল্ল কুমাৰ মহন্ত -(দ্বিতীয় বাৰ,বঢ়মপুৰ সমষ্টিৰ বিধায়ক)
কাৰ্যকাল-১৫ মে' ১৯৯৬ ৰ পৰা ১৭ মে' ২০০১
১৫) তৰুণ গগৈ -(তিতাবৰ সমষ্টিৰ বিধায়ক)
কাৰ্যকাল- ১৭ মে' ২০০১ ৰ পৰা ২৪ মে' ২০১৬
১৬) সৰ্বানন্দ সোণোৱাল -(মাজুলী সমষ্টিৰ বিধায়ক)
কাৰ্যকাল-২৪ মে' ২০১৬ ৰ পৰা বৰ্তমান সময়লৈকে
--------------------------------------------------------------------------
যুগুতালে
Chandan Hazarika ই

তলত থকা facebook আৰু whatsapp বুটামত ক্লিক কৰি facebook timeline ত আৰু whatsapp status ত share কৰকচোন আৰু আপোনাৰ দৰে আন দহজনকো পঢ়িবলৈ দি উৎসাহিত কৰক। কমেন্ট বক্সত আপোনাৰ মতামত লিখক ।
0 Comments