অনুপ্ৰেৰণামুলক গল্প যিয়ে মন সলনি কৰি দিব inspirational assamese story archer matt stutzman

inspirational assamese story archer matt stutzman  মনত জয়ৰ দুৰ্বাৰ হেপাহ থাকিলে পৃথিৱীৰ কোনো বাধাই আপোনাক ধৰি ৰাখিব নোৱাৰে ৷ 1982 চনত...


inspirational assamese story archer matt stutzman 

মনত জয়ৰ দুৰ্বাৰ হেপাহ থাকিলে পৃথিৱীৰ কোনো বাধাই আপোনাক ধৰি ৰাখিব নোৱাৰে ৷ 1982 চনত আমেৰিকাত জন্মগ্ৰহণ কৰা মেট ষ্টুৎজমেনৰ জন্মৰ পৰাই দুয়োখন হাত নাছিল ৷ কিন্তু দুয়োহাত নাথাকিলেও জীৱনত সফলতা লাভৰ বাবে প্ৰয়োজনীয় আটাইতকৈ দৰকাৰী বস্তু দুটা তেওঁৰ আছিল ৷ সেয়া হ'ল প্ৰচণ্ড আত্মবিশ্বাস আৰু একাগ্ৰতা ৷ বৰ্তমান তেওঁ বিশ্বৰ এজন অতি সফল ধনুৰ্ধৰ ৷ দুয়োহাত নোহোৱাৰ পিছতো ভৰিৰে কাঁড় চলাই তেওঁ অসাধাৰণ নৈপুন্যৰ পৰিচয় দি আহিছে ৷ 2012 চনৰ লণ্ডন paralympic ৰ তেওঁ আৰ্ছাৰীৰ ৰূপৰ পদক বিজয়ী ৷ কিন্তু সেইটোৱেই তেওঁৰ খেলুৱৈ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা নহয় ৷

ধনুৰ্বিদ্যাৰ জগতত আটাইতকৈ দীৰ্ঘ দুৰত্বৰ সঠিক নিচানৰ বিশ্ব ৰেকৰ্ড আছে ধনুৰ্ধৰ মেট ষ্টুৎজমেনৰ নামত ৷ যোৱা বছৰ 9 ডিছেম্বৰৰ দিনা আমেৰিকাৰ টেক্সাছ প্ৰদেশত 283.47 মিটাৰ (930.04 ফুট) দুৰৰ পৰা ধনুকাঁড় চলায়ো একেবাৰে সঠিক নিচানত লগাই তেওঁ এই অবিশ্বাস্য ইতিহাস ৰচনা কৰিছে ৷ দুয়োহাত থকাৰ পিছতো বিশ্বৰ আটাইতকৈ প্ৰখ্যাত ধনুৰ্বিদ সকলেও আজিলৈ যি কাম কৰিব পৰা নাই, সেই কাম প্ৰচণ্ড আত্মবিশ্বাস, একাগ্ৰতা আৰু অনুশীলনৰ সহায়ত মেট ষ্টুৎজমেনে ভৰিৰে কৰি দেখুৱাইছে ৷ তেওঁৰ এই অভিলেখ গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছত আজিও অক্ষত অৱস্থাত আছে ৷ কোনো বাধাৰ সন্মূখতেই হাৰ নামানি নিজ চেষ্টাৰ ফলত আগুৱাই গৈ ইতিহাস ৰচনা কৰা মেট ষ্টুৎজমেন পৃথিৱীৰ প্ৰতিজন লোকৰ কাৰণে প্ৰেৰণাৰ উৎস হোৱা উচিত ৷

-Alakesh Bhagawati

আপুনি আগলৈও এনেধৰণৰ assamese motivational story, assamese motivational line, পাই থাকিবলৈ ফেচবুক পেজখন লাইক কৰক । লগতে আমাৰ ৱেবচাইটো ও মাজে মাজে খুলি থাকিব।

Name

assam,4,Assamese entertainment news,1,assamese quote,12,assamese song lyrics,2,Student corner,4,Video,1,whatsapp status video,1,অনুপ্ৰেৰণামুলক,11,অনুভৱ,28,কবিতা,8,কিতাপৰ পোক,2,গল্প,30,জ্ঞানৰ সফুঁৰা,30,টিপচ্,8,টিপচ্ এণ্ড ট্ৰিকচ্,9,পেন অন পেপাৰ,5,বিজ্ঞান বিচিত্ৰা,4,বিবিধা,23,মিষ্ট্ৰিয়াচ নাইট,35,স্বাস্থ্য,10,
ltr
item
Jonak axom : অনুপ্ৰেৰণামুলক গল্প যিয়ে মন সলনি কৰি দিব inspirational assamese story archer matt stutzman
অনুপ্ৰেৰণামুলক গল্প যিয়ে মন সলনি কৰি দিব inspirational assamese story archer matt stutzman
https://1.bp.blogspot.com/-XlBHdEqLasE/XBcaymiUqUI/AAAAAAAABeI/SGpfpFw2M4s-xHk5KzGIWiTw3-c10ipswCLcBGAs/s320/14479751_10209834629198948_4047776328283081398_n.jpg
https://1.bp.blogspot.com/-XlBHdEqLasE/XBcaymiUqUI/AAAAAAAABeI/SGpfpFw2M4s-xHk5KzGIWiTw3-c10ipswCLcBGAs/s72-c/14479751_10209834629198948_4047776328283081398_n.jpg
Jonak axom
https://www.jonakaxom.com/2018/12/inspirational-assamese-story-archer-matt-stutzman.html
https://www.jonakaxom.com/
https://www.jonakaxom.com/
https://www.jonakaxom.com/2018/12/inspirational-assamese-story-archer-matt-stutzman.html
true
8804125980716359042
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy