মিষ্ট্ৰিয়াচ নাইট assamese horror story 14

মিষ্ট্ৰিয়াচ নাইট assamese horror story 14 এয়া মোৰ নিজা অভিজ্ঞতা। সেইসময়ত মই  15 বছৰীয়া ছোৱালী। ঘটনাটো তেতিয়াৰ যিদিনা  গানৰ পৰীক্ষ...


মিষ্ট্ৰিয়াচ নাইট assamese horror story 14


এয়া মোৰ নিজা অভিজ্ঞতা। সেইসময়ত মই  15 বছৰীয়া ছোৱালী। ঘটনাটো তেতিয়াৰ যিদিনা  গানৰ পৰীক্ষা দি যেতিয়া মই ঘৰলৈ আহি আছিলো। আমাৰ ঘৰৰ কাষত এটা সৰু নদী আছে। নদীটো পাৰ হলেই ঘৰ পোৱা যায়।সেই সময়ত সন্ধিয়া ৫ টা বাজি পাৰ হৈছে। মোৰ লগত তেতিয়া ফোন নাছিল। নদীটো পাৰ হৈয়েই মোৰ মুৰটো ওজন যেন লাগিল। মোৰ লগৰ জনীক কথাটো কবলৈ পোৱাৰ আগতে মোৰ মুৰ ঘুৰাই অজ্ঞান হৈ পৰিলো।যেতিয়া সাৰ পাইছিলো মোৰ কাষত দেউতা মা আইতা সকলো আছিল। মোৰ জ্বৰ উঠিছিল বাবেই থাৰ্মমিটাৰ ডাল কাষলতিৰ তলত দি বাৰে বাৰে মায়ে পৰীক্ষা কৰি আছিল। এইখিনি মই শুনা কথা। মই মাক ভৰিৰে গোৰ মাৰি দিছিলো আৰু বেয়া বেয়া গালি দিবলৈ আৰম্ভ কৰিছিলো। সকলোৱে মোৰ ব্যবহাৰ শুনি আচৰিত হৈছিল। . .
পিছদিনাখন আইতাৰ কথমতে আমাৰ ঘৰলৈ এজন পণ্ডিত আহিল। মই তেওঁকো বহুত বেয়া ব্যৱহাৰ কৰিছিলো হেনো। পণ্ডিতজনে পিছদিনা এজন মুছলমান মৌলানা মাতি আনিছিল আৰু তেও মোক এটা তাবিজ দিলে। লাহে লাহে মই আগৰ দৰে সুস্থ হৈ উঠিলো।

সেই পণ্ডিতজনে মোৰ মাক কৈছিল, মোৰ শৰীৰত হেনো এজন লৰাৰ আত্মাই লম্ভিছিল।মায়ে বিচাৰ খোচৰ কৰি গম পালে  ১৪ বছৰ আগেয়ে নদীখনৰ কাষত এজনী বিধবা মহিলা তাইৰ একমাত্ৰ পুত্ৰ সন্তানটোৰ সৈতে বাস কৰিছিল। এদিন বেমাৰ হৈ উপযুক্ত চিকিৎসাৰ অভাবত লৰাজন ঢুকাই থাকিল। বিধবাজনীয়ে পাগল যেন হৈ ঘৰৰ নদীৰ পাৰত নাখাই নবৈ বহি থকা হল আৰু এদিন তাতে তাইৰো মৃত শৰীৰৰ দেখা পালে।

আচলতে ইয়াত শেষ নহয়। কিছুদিন ধৰি মই অন্য এক সমস্যাত পৰিছো। মই মাজে মাজে সাৰ পাই উঠো। এনে লাগে কোনোৱে মোক চাই আছে। মাজে মাজে এনে লাগে মোৰ কাষত কোনোবা আছে। মই মুখখন তেনেদৰে লৰচৰ নকৰাকৈ শুই থাকো। হয়তো এয়া মোৰ মনৰ ভ্ৰম। হয়তো নহয়। নাজনো...


#তলৰ হোৱাটচএপ ফেচবুক বুটামত ক্লিক কৰি গল্পটো আপোনাৰ বন্ধুসকলকো শ্বেয়াৰ কৰক আৰু আপোনাৰ দৰে আন দহজনকো পঢ়াৰ সুবিধা দিয়ক 😊


[[মিষ্ট্ৰিয়াচ নাইট নামটোতে বহু কথা আছে । কিয়নো ইয়াত আমি প্ৰকাশ কৰো কিছুমান ৰহস্যময় লিখনি, কিছুমান মানুহৰ জীৱনৰ অভিজ্ঞতা, অশৰীৰি আত্মাৰ কথা, ঘটনা তথা গল্প । ৰহস্যৰ দোমোজাত আমি পাহৰি পেলাও এয়া বাস্তৱ নে সপোন নে মনৰ ভ্ৰম। কিছুমান মানুহে যিসকলে দাবী কৰে এয়া তেওঁৰ জীৱনৰ বাস্তৱ অভিজ্ঞতা...তেনেই কিছুমান লিখনিৰে আগবাঢ়ি আছে এই শিতানটো।... আপোনাৰ জীৱনতো তেনে কোনো ঘটনা আছে নেকি? যিবোৰ শুনি বেলেগে হাঁহিছে! যাক আপুনি মিছা বুলি প্ৰকাশ কৰিবলৈও কষ্ট পায়। আমালৈ লিখকচোন। আমাৰ ফেচবুক পেজৰ ইনবক্সত বা ইমেইলত swapniljonak@gmail.com পঠিয়াব পাৰে। যদি আপুনি বিছাৰে আমি আপোনাৰ পৰিচয় গোপনীয় ভাবে ৰাখি প্ৰকাশ কৰিম। কিয়নো কোনেওঁ নুশুনিলেও আমি শুনিম আৰু লগতে শুনোৱাম হাজাৰজনক।]]
(বিঃদ্ৰঃ-অন্ধবিশ্বাসৰ কোনো প্ৰসাৰত আমি সমৰ্থন নকৰো)


⬇️⬇️Share button ⬇️⬇️
Name

assam,4,Assamese entertainment news,1,assamese quote,12,assamese song lyrics,2,Student corner,4,Video,1,whatsapp status video,1,অনুপ্ৰেৰণামুলক,11,অনুভৱ,28,কবিতা,8,কিতাপৰ পোক,2,গল্প,30,জ্ঞানৰ সফুঁৰা,30,টিপচ্,8,টিপচ্ এণ্ড ট্ৰিকচ্,9,পেন অন পেপাৰ,5,বিজ্ঞান বিচিত্ৰা,4,বিবিধা,23,মিষ্ট্ৰিয়াচ নাইট,35,স্বাস্থ্য,10,
ltr
item
Jonak axom : মিষ্ট্ৰিয়াচ নাইট assamese horror story 14
মিষ্ট্ৰিয়াচ নাইট assamese horror story 14
https://3.bp.blogspot.com/-R4gnjn_de8A/XBj8_she_zI/AAAAAAAABhY/D45s2zDarSIoTWi8Cjr6fUXVLAz9X1G8QCLcBGAs/s320/IMG_20181218_192802.jpg
https://3.bp.blogspot.com/-R4gnjn_de8A/XBj8_she_zI/AAAAAAAABhY/D45s2zDarSIoTWi8Cjr6fUXVLAz9X1G8QCLcBGAs/s72-c/IMG_20181218_192802.jpg
Jonak axom
https://www.jonakaxom.com/2018/12/assamese-horror-story-atma-in-the-river.html
https://www.jonakaxom.com/
https://www.jonakaxom.com/
https://www.jonakaxom.com/2018/12/assamese-horror-story-atma-in-the-river.html
true
8804125980716359042
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy