যি ক'ম মিছা ক'ম



Book: যি ক'ম মিছা ক'ম
Writer: Diganta Kumar Bhattacharya
Cover Design: Rituparna Bora
Publisher: সঞ্জীৱন প্ৰকাশন

লিখনি আৰু ব্যক্তিত্ব উভয়ে আকৰ্ষণ কৰা দিগন্ত কুমাৰ ভট্টাচাৰ্য ৰ নাম হয়তো বহুতেই শুনিছে বা তেওঁৰ লিখনি বহুতেই পঢ়িছে । লিখনিৰ জৰিয়তে বাস্তৱ জীৱনৰ নানা ছবি হুবহু ৰূপত উপস্থাপন কৰাত তেওঁৰ কলমটো খুবেই পৈণত । পঢ়ুৱৈ সকলে সেয়া বুজে ।

 আকৌ এটি ভাল খৱৰ। কিয়নো কিছুদিন পিছতেই প্ৰকাশ পাব তেঁওৰ " যি ক'ম মিছা ক'ম" নামৰ কিতাপখন।.. কিতাপখনৰ প্ৰচ্ছদ ৰূপাংকন কৰিছে ৰিতুপৰ্ণ বৰাই। সঞ্জীৱন প্ৰকাশনৰ পৰা প্ৰকাশিত হৈ কিছুদিন পিছতে সকলোতে উপলব্ধ হব,

যি ক'ম মিছা ক'ম।