মন যায়



ভালপোৱাৰ গল্প, কবিতা, ৰোমান্তিক ফিল্ম চাই যিমান ভাল লাগে তাতোকৈয়ো ভাল লাগে যেতিয়া জীৱনটোৱেই মধুৰ হৈ পৰিব খোজে তোমাৰ উপস্হিতিত …
 তোমাৰ দুৱাহুৰ মাজৰ সময়খিনি, কহুৱা কোমল হাঁহিটি, তোমাৰ মুখত ভালপাও নামৰ শব্দটো, কিচু মৰম, কিচু অভিমান,আশা আকাংক্ষা, ৰঙীন সপোনবোৰ …
এই সকলোবোৰে মোক পলকতে সুখী কৰি তোলে ♥
জানানে কেতিয়াবা চিঞৰি দিবলৈ মন যায় সকলোৱেই শুনাকৈ…
জপিয়াই থাকিবলৈ মন যায় তোমাৰ কথাবোৰৰ দৰে, কবলৈ মন যায় হাজাৰ বাৰ
বহুত বহুত বহুত ভালপাও তোমাক…
 ♥♥♥♥♥♥♥♥♥♥♥♥ 
#স্বপ্ননীল আকাশ

Post a Comment

0 Comments