তোমাৰ ওপৰত মোৰ অধিকাৰ কিমান?

তোমাক কাহানিও দোষ নিদিও মই..! দোষ মোৰ নিজৰ গাতেই..! নিলাজৰ দৰে কাষ চাপি যাওঁ..! ভুল মোৰ..! ভাল নোপোৱা বুলি জানিও কাষ চাপি গৈ মই দুখবোৰ নিজৰ কৰি লৈছোঁ ..! মই দুখ পোৱাটো কেৱল মোৰ বাবেহে হৈছে..! তোমাক ভালপোৱাৰ চখত এটা আনকমফৰটেবল লাইফ কটাই আছোঁ যদিও, তোমাক কোনোদিনে দোষ দিয়া নাই..!

কাৰণ সকলোৰে এটা বিন্দাচ লাইফ থাকে..! কাৰোবাৰ বিন্দাচ লাইফৰ ওপৰত মোৰ মাত মতাৰ অধিকাৰ নাই সেয়া জানো মই ..!

#ইশান্ত 

Post a Comment

0 Comments