আকাশ থাকে মানে মই তৰা গনিম

আকৌ এবাৰ সি ৰঙা হৈ পৰা চকুটো মোহাৰিলে ! আশাৰ মুখ বিচাৰি সি নিজেই আত্মহাৰা হৈ পৰিছে ! জানে তাই তাৰ নহয় কোনোদিনে " কিন্তু আশা - তাৰ তাইৰ সুখ !

অভিজত তোক মই ভাত খাৱ মাতি আছোঁ !

মাকে এইবাৰ খেদি আহিলে তাৰ ওচৰলৈ !

নিশব্দ হৈ সি শুই আছে বিচনাত ! আকৌ মাতিলে তাক অভি ? তোৰ হৈছে কি ? এনেকৈ থাকিলে আমি জানো সুখী হম ! ঘৰখনত মুথে আমি ছাৰি টা প্ৰানী তাতে তই এনেকৈ থকা ! আহছোন আজি ভাত মুঠি একেলগে খাওঁ !

আৰে মা মই গৈ আছোঁ ! মোৰ একো নাই হোৱা নাই তোমালোকে এনেই চিন্তা কৰি থকা ! ব'ল ব'ল আজি আমি একেলগেই খাম ! ভাত তাৰ পেটলৈ নাজায় ! পূৰবীক নোপোৱা বেদনাই তাৰ ভোক কেতিয়াবাই হেৰাই পেলাইছে ! 

একেখন কলেজত থাকি প্ৰেমত পৰা পুৰবী আজি আনৰ হৈ গ'ল ! সেয়া আছিল সময়ৰ দোষ ! সেই সময়ত অভিয়ে তাক বিবাহৰ প্ৰস্তাব দিৱ নোৱাৰে ! কাৰণ তাৰ তেতিয়া তাইক সুখী কৰিৱ পৰা কোনো এটা হাতত নাছিল ! দেউতাকে সিহঁতৰ ঘৰখনকে নিয়মিয়াকৈ চলাৱ পৰা নাই !

পূৰবীৰ কথা কৱ গলে তাই এই অভিজিতক প্ৰেমত পেলাই ছিল ! প্ৰেম কৰিৱ নজনা অভি আজি এক মহান প্ৰেমিক হৈ পৰিছে ! 

দৰিদ্ৰতাৰ অভাবত সি তাইক বিয়া কৰিৱ নাপালে ! তাই কিন্তু ৰাজি আছিল তাৰ তাত আহিবলৈ ! বিয়াৰ দিনাও তাই কান্দি কান্দি ফোন কৰিছিল অভিক ! সিও পাগল হৈ গৈছিল পাই হেৰুৱা বেদনাত ! কেনেকৈ তাইক সি নিজৰ কৰি আনিৱ ! এটাই ঘৰ সিহঁতৰ ! সিও ৰাতি ধুনীয়াকৈ আকাশৰ তৰা গনিৱ পাৰি ! পাগল হৈ সি তাইক সুখী হবা বুলি আশীৰ্বাদ দিছিল !!


#ইশান্ত

Post a Comment

0 Comments