নিজকে চম্ভালিব পৰা নাই সি ? কান্দোন বিলাকে বুকুত তাৰ

আবৰি ধৰিছে 'ইশ্বান্তৰ '

তাই নাপালেও সি তাই তাইক আপোন মনে ভাল পাই ! নতুন

বছৰৰ শুভেচ্ছা দিৱ সি তাইক আজি তিনিদিন হ'ল !

কোনো সঁহাৰি নাই এতিয়ালৈ তাইৰ পৰা ! সীমাহিন আশাত

সি দিছিল তাৰ মৰমৰ মেছেজটো কিন্তু তাই চাগে খুলিৱ

আমিনী বোধ কৰিছিল এয়া তাৰ কামোৰৰ মেছেজ ! এক চাইদত

পেলাই থৈছিল চাগে মোক ঘৃণা কৰাৰ দৰে সেই শুভ

বাৰ্তা টোকো ! আকৌ এবাৰ সি তাইৰ প্ৰফাইলটো চেক

কৰিলে ! হয় তাই ৰ সেউজীয়া লাইটো তাইৰ নামৰ আগত এতিয়াও

উজ্জল হৈ আছে ! সকলো বন্ধু বান্ধবী তাক নতুন বছৰৰ

শুভেচ্ছা জনালে কিন্তু সি ভাল পোৱা পিয়াংসীৰ সঁহাৰি নাপাই

সি দুখত চকুৰ পৰা জলজলীয়া পানী নিগৰি আহি তাৰ হাতত

পৰিছিল !

যাচি দিছিল এবুকু মৰম পিয়াংসীক ! কস্ট কৰি লৈ খাই ভাল পাই

বহুতেই সজতেই পাইছে তাই সেয়ে চাগে অবহেলা !

আনকি সোনৰো মূল্য নাই ! তাই সোণৰ লগত মৰমৰ

তুলনা কৰিছে হয়টো ! মৰম মৰমেই সোণ সোনেই ! মৰম

টকা পইছাৰে কিনিৱ নাপাই ! কিন্তু সোণ তো পাই ! এই বিলাক

ভাবি সি একান্ত মনে শুই পৰিছে নিদ্ৰা দেবীৰ কোলাত !

অভিজিতে আহি মাত লগালে তাক ! আৰে তই শুই আছ যে! ?

গ্ৰালফ্ৰডক লাট মাৰ বল পাৰ্টি আছে ! মাল খাবি চব ঠিক

হৈ যাৱ !

বিকৃত হাঁহি মাৰি ইশান্তে কৈছিল মদেও মৰম পাহৰাই ??

আৰে তই খাই চা তাৰ পিচত কবি ! একমত হৈছিল সি একমাত্ৰ

পিয়ংসীক পাহৰিবৰ বাবে ! কোনোদিন মদৰ সুবাস

নোপোৱা ইশান্তে ধোক ধোক কৈ এটা হাফ খাই

পেলালে লগতে কিং চাইজ চিগাৰেট.. ধোৱা হৈ উৰি গ'ল পিয়াংসীৰ

মৰম কিছুসময়ৰ বাবে !

মদৰ নিচাত ভাত খাব নাজানিলে ভাত খাম বুলি ভাবিও ভাতৰ

পাতত পানী হে ধালিলে!

পেটত আৰম্ভ হল ভুমিকম্প চাইলেন বমি ওলাই আহিল তাৰ

মুখেৰে লগতে পচা পচা ভাতৰ গোন্ধ ! বিচনাত

কোনে আনি থলে সি গমেই নাপালে ! মৰম কেনেকুবা বস্তু এবাৰ

ভাবি চাওক !

নিশা 2:34 হ'ল লাহে লাহে তাৰ নিচা ফাটি আহিল !

আকৌ মনত পৰিল তাৰ পিয়াংসীলৈ ! তাই জানো তেতিয়া ঘোৰ

নিদ্ৰাত ! আকৌ এটা মেচেজ দিছিল সি তাইক !

মৰমৰ পিংয়াসী নতুন বছৰৰ আকৌ ওলগ জনালো !

নাজানো তুমি গ্ৰহন কৰা নে নাই ? কিন্তু মই তোমাক হৃদয়ৰ

পৰা দিছোঁ !

তোমাক মই সদায় মিচ কৰো ! তোমাৰ মৰমৰ মাত

এশাৰি পালেও মই জীয়াই থকাৰ প্ৰেৰনা পাওঁ ! তোমাৰ বেয়া মই

কনোদিন চিন্তা নকৰো ! তোমাৰ সদায় মংগল কামানা কৰা মই

ও এজন আছিলোঁ ! তুমি মোক অবহেলা নকৰিবা মই তোমাৰ

অনুৰাগী

#ইশান্ত গোস্বামী.

Post a Comment

0 Comments