আপোনজন ওচৰত আহিলে ভাল লাগে..

নেজানো কাৰ বাবে ইমান

আশা কৰো , কিয় ইমান বিচাৰো ?

তোমাৰ এটি শব্দই মোক

পাগল কৰে , তোমাৰ হিয়াৰ মাজত থাকিব মন জাগে ,

মই জানো তোমাৰ হোৱাৰ যোগ্য !!

তুমি জানো মোৰ হবা .........

.....

....

# বিদ্বিশা বর্মন

Post a Comment

0 Comments