মোক মাতাল হবলৈ দিয়া

তুমি হৈ ৰোৱা আনৰ.....

মাথো মোক তোমাৰ হবলৈ দিয়া,

নাই নালাগে মোক বিনিময়ত একো,

মইজনী চোন তুমিয়েই সজাই দিয়া ঠিকনা,,,,

এতিয়া মাথো মোক তোমাতে বিলীন হবলৈ দিয়া...

তোমাৰ স্মৃতিৰ ৰংত বাৰেপতি মাতাল হবলৈ দিয়া....।॥॥॥

#জুম্পী

Post a Comment

0 Comments