বেদৰ মন্ত্ৰৰে দম্পতি যদিও নহলো আমি কাহানিও......




প্ৰেম-ভালপোৱাত দুখ থাকে, বিষন্নতা থাকে, অপ্ৰাপ্তিৰ বেদনা থাকে... । কিন্তু সকলোবোৰৰ উৰ্ধত থাকে কাৰোবাৰ হৃদয় জয় কৰাৰ সন্তুষ্টি ।

'আমাৰ বিয়া নহ'ল কি হ'ল, তেওঁৰ ভালপোৱাতো মই পালো' - এই উপলব্ধিয়ে ইমান বেদনাৰ মাজতো অন্তৰখন ভৰাই ৰাখে । এয়াই প্ৰেম-ভালপোৱা ।
বিচ্ছেদৰ বহু বছৰ পাছতো এজনে আনজনৰ অজ্ঞাতে বিনিময় কৰে গভীৰ হুমুনিয়াহ ।
ভূপেন হাজৰিকাইয়ো তেওঁৰ গীতত কৈছে - "বেদৰ মন্ত্ৰৰে দম্পতী যদিও নহ'লো আমি কাহানিও, একেটি পাত্ৰতে জীৱন মদিৰা পান কৰোঁ আমি তথাপি ।"
.
☞ ৰাজকমল

Post a Comment

0 Comments